ইউৰিক এচিড বৃদ্ধিৰ সময়ত ছালত দেখা দিয়া লক্ষণ...

8  OCT 2025

TV9 ASSAM

আজিকালি বহু মানুহৰ ইউৰিক এচিড বৃদ্ধিৰ সমস্যা হোৱা দেখা যায়। যেতিয়া মানুহৰ ইউৰিক এচিড বৃদ্ধি পাই তেতিয়া বিশেষকৈ গাঁঠিৰ বিষ, বাতবিষ আদি হয়।

ইউৰিক এচিড

আপুনি পৰীক্ষাৰ দ্বাৰা ইউৰিক এচিড বৃদ্ধি হৈছে নে নাই জানিব পাৰে। কিন্তু ইউৰিক এচিড বৃদ্ধি হ'লে ছালতো কিছুমান লক্ষণে দেখা দিয়ে। যাক আওকান কৰা উচিত নহয়।

লক্ষণ

ইউৰিক এচিড বেছি হ'লে ছালৰ গোটা গোটা গঠন হয়। যাত টোফি বুলি কয়। ইউৰিক এচিডক ক্ৰিষ্টল জমা হোৱাৰ ফলত এনে হয়। ইয়াত বিষ হ'ব পাৰে। গতিকে এই লক্ষণ সহজভাৱে ল'ব নালাগে।

ছালত গোটা বন্ধা

যিকোনো গাঁঠিৰ ওপৰৰ ছালখিনি ৰঙা বা বেঙুনীয়া হৈ পৰিব পাৰে। ইয়াৰ পৰা গৰম গৰম ভাব আহিব পাৰে। কেতিয়াবা ইয়াক ফুলাও দেখা যায়। গতিকে ইয়াক সহজভাৱে ল'ব নালাগে।

ৰঙা, ফুলা

গাঁঠিত বিষ হোৱাৰ ফলত ছাল বহুত কঠিন হৈ পৰে আৰু উজ্বল হৈ উঠিব পাৰে। ফুলা অংশটোত ছাল খামুচ খাই যায় আৰু তাত অতিৰিক্ত পানী জমা হয়। যাৰ বাবে এনে হয়।

উজ্বল

ছাল ক'লা পৰা। কেতিয়াবা গাঁঠিৰ আশে পাশে ছালৰ ৰং ক'লা হ'ব পাৰে। দীৰ্ঘ সময় ইউৰিক এচিড বৃদ্ধি হৈ থাকিলে এই সমস্যা হ'ব পাৰে। যাক হাইপৰপিগমেন্টেশ্যন বুলি কয়।

হাইপৰপিগমেন্টেশ্যন

গাউট এটেকৰ পাছত আক্ৰান্ত গাঁঠিৰ ছালখন উঠি যাব পাৰে। ছান বাৰ্ণৰ পাছত হোৱা দৰে দেখা যায়। অৱশ্যে যেতিয়া লাহে লাহে ইউৰিক এচিড কমিবলৈ আৰম্ভ কৰে তেতিয়া এই লক্ষণ দেখা দিয়ে।

ছাল

পঢ়িবলৈ ক্লিক কৰক 

মেকুৰী আগেৰে যোৱা ভাল নে বেয়া