মেকুৰী আগেৰে পাৰ হৈ যোৱা ভাল নে বেয়া? জানক...

7 OCT 2025

TV9 ASSAM

বহুতে কয় যে, যদি কোনো শুভ কামত যোৱাৰ সময়ত মেকুৰীয়ে আপোনাৰ আগেৰে পাৰ হৈ যায় এয়া অশুভ। যাৰ বাবে বহুতে যাত্ৰা বাতিল কৰাও দেখা যায়।

মেকুৰী

বছৰ বছৰ ধৰি চলি অহা এই মান্যতাক লৈ আজিও মানুহৰ মাজত ভ্ৰম আছে। কিন্তু ইয়াৰ বিষয়ে সবিশেষ জনাইছে প্ৰেমানন্দ মহাৰাজে। তেওঁ কৈছে, মেকুৰী আগেৰে পাৰ হৈ যোৱাটোৰ আঁৰৰ সত্য কি!

প্ৰেমানন্দ মহাৰাজ

মহাৰাজে কয় যে, "মই এইবোৰ কথাত বিশ্বাস নকৰো যে মেকুৰীয়ে যাত্ৰাৰ সময়ত আগেৰে পাৰ হৈ যোৱাতো অশুভ। মই এয়াও বিশ্বাস নকৰো যে মেকুৰী এনেকৈ পাৰ হৈ যোৱাতো অমংগল"।

প্ৰেমানন্দ মহাৰাজ

মহাৰাজে কয় যে, মংগল ভগৱান আৰু অমংগলকো  তেওঁৱে নোহোৱা কৰে। তেওঁ আৰু কয় যে, যদি আপুনি কিবা কামত গৈ আছে আৰু তেতিয়া আগেৰে মেকুৰী এটা পাৰ হৈ যায় তেন্তে কি হ'ব? এনে কথা নাই।

কি কয়

তেওঁ কয় যে, এনে অৱস্থাত 'ৰাধা ৰাধা' স্মৰণ কৰি আগবাঢ়ি যোৱা উচিত। প্ৰেমানন্দ মহাৰাজৰ মতে তাৰ পাছত কোনো অমংগল নহয়। তেওঁৰ মতে, ৰাধাক স্মৰণ কৰিলে সমস্যাৰ পৰা মুক্তি পোৱা যায়।

কি কৰিব

মহাৰাজে কয় যে, যিসকলে ভগৱানক স্মৰণ কৰে তেওঁলোকৰ সৈতে কেতিয়াও একো অমংগল নহয়। যিয়ে ভগৱানক বিশ্বাস নকৰে সেইসকলৰ সৈতে অমংগল হয়।

আৰু কয়

তেওঁ আৰু কয় যে, মানুহে এইবোৰ অন্ধবিশ্বাসৰ কবলত পৰিব নালাগে। সদায় ভগৱানৰ ভক্তি কৰিব লাগে। এনে ক্ষেত্ৰত মানুহৰ অমংগল নহয় আৰু বাধা নাহে।

অন্ধবিশ্বাস

পঢ়িবলৈ ক্লিক  কৰক

ফেটি লিভাৰৰ লক্ষণ