১০ বছৰ পাছত বিৰল সংযোগ, এই ৰাশিৰ লোকৰ বাবে ভাল

20 AUG 2025

TV9 ASSAM

গ্ৰহৰ ৰাজকুমাৰ বুধক নৱগ্ৰহৰ বিশেষ স্থান দিয়া হয়। বুধ গ্ৰহ বুদ্ধি, শিক্ষা আৰু বাণিজ্যৰ কাৰক বুলি কোৱা হয়। বিভিন্ন সময়ত গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰি থাকে।

বুধ

আগষ্টৰ শেষলৈকে বুধ গ্ৰহ একেলগে ৰাশি আৰু নক্ষত্ৰৰ পৰিবৰ্তন কৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এনে সংযোগ প্ৰায় ১০ বছৰৰ পাছত হ'বলৈ গৈ আছে।

ৰাশি

জ্যোতিষ শাস্ত্ৰ মতে, ৩০ আগষ্ট,২০২৫ত বুধ কৰ্কট ৰাশিৰ পৰা বাহিৰ হৈ সূৰ্যৰ সিংহ ৰাশিত প্ৰৱেশ কৰিব। ই ১৫ ছেপ্টেম্বৰলৈ এই ৰাশিত থাকিব।

দিন

ইয়াৰ লগতে এই দিনটোত বুধ মঘা নক্ষত্ৰত প্ৰৱেশ কৰিব। যি অতি ভাল। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই বিৰল সংযোগৰ বাবে কিছু ৰাশিৰ লোকৰ ভাগ্য সলনি হ'ব পাৰে।

ভাল

এই সংযোগ বৃষ ৰাশিৰ লোকৰ বাবে ভাল। এই সময়চোৱাত এই ৰাশিৰ লোকে পৰিয়ালৰ সৈতে ভাল সময় কটাব। আৰ্থিক স্থিতি ভাল হ'ব। হাতলৈ ধন আহিব। নতুন বাহন বা ঘৰ ক্ৰয় কৰিব পাৰে।

বৃষ

এই ৰাশিৰ লোকসকলৰো ভাগ্য সলনি হ'ব। আয়ৰ নতুন পথ মুকলি হ'ব।  বৈবাহিক জীৱন ভাল হব। মান-সন্মান বৃদ্ধি হ'ব। আৰ্থিক স্থিতি ভাল হ'ব পাৰে।

সিংহ

 এই ৰাশিৰ লোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। ধৰ্মীয় কামত ব্যস্ত থাকিব। দূৰ ভ্ৰমণত যোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰত সফলতা লাভ কৰিব।

মকৰ 

পঢ়িবলৈ ক্লিক কৰক

ফেটি লিভাৰ লক্ষণ