31 October2025
TV9 ASSAM
শৰীৰৰ অতিৰিক্ত চৰ্বি কেনেকৈ হ্ৰাস কৰিব? অতিৰিক্ত ওজন বা চৰ্বি কমাবলৈ ঘৰতে এই কাম কৰিব পাৰে।
কেৱল দিনটোত ২০ মিনিট সময় এই কামৰ বাবে দিব পাৰিলেই সমস্যাটো সমাধান হ’ব পাৰে।
এজন কমাবলৈ কঠোৰ খাদ্যাভ্যাস মানি চলাৰ প্ৰয়োজন নাই। মাত্ৰ কেইটামান ব্যায়াম নিয়মিতভাৱে কৰিব লাগিব।
এই ব্যায়ামে শৰীৰৰ ভাৰসাম্য আৰু সামগ্ৰিক শক্তি বৃদ্ধিত সহায় কৰে। কাৰণ উৰু আৰু কঁকালৰ উপৰিও স্কোৱাটে পেটত প্ৰভাৱ পেলায়।
শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এই ব্যায়াম ফলপ্ৰসূ। ই আপোনাৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
এই ব্যায়ামত হাত, কান্ধ আৰু বুকুৰ বেছিভাগ অংশত চাপ বেছি পৰে। ফলত শৰীৰৰ গঠন আৰু ভংগীমা শুদ্ধ হয়।
প্ৰতিটো ব্যায়াম ১৫ বাৰকৈ ৩ টা ছেটত কৰিব লাগে। প্ৰতিটো চেটৰ মাজত অলপ বিৰতি ল’ব পাৰে। ই অতিৰিক্ত ওজন হ্ৰাস কৰাত সহায় কৰিব।
পঢ়িবলৈ ক্লিক কৰক