নাৰীয়ে এজন পুৰুষ কেনেকুৱা হোৱাটো বিচাৰে?

18 June 2025

TV9 ASSAM

Photos Credit: Getty Images

চাণক্যই মানুহৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত বিশ্লেষণ আগবঢ়াইছে । বহুতে আজিও চাণক্য নীতি গ্ৰহণ কৰি আহিছে ।

চাণক্য নীতি

আচলতে পুৰুষৰ কি কি গুণ মহিলাসকলে ভাল পায় ? এই গুণবোৰ যদি আপোনাৰ থাকে তেন্তে আপুনি ভালপোৱা গৰাকীক সহজে আকৰ্ষিত কৰিব পাৰিব ।

পুৰুষৰ গুণ

চাণক্যৰ মতে, নাৰীয়ে সদায় এজন পুৰুষ সৎ আৰু সাহসী হোৱাটো বিচাৰে । সৎ পুৰুষে নাৰীৰ হৃদয় জয় কৰিব পাৰে ।

সৎ পুৰুষ

নাৰীয়ে সদায় পুৰুষৰ আচৰণ লক্ষ্য কৰে । এজন পুৰুষে কেতিয়া কি আচৰণ কৰে সেই কথাত নাৰীয়ে সদায় গুৰুত্ব দিয়ে । আপোনাৰ আচৰণ ভাল হ'ব লাগিব ।

পুৰুষৰ আচৰণ

এগৰাকী মহিলাই সদায় নিজৰ সংগীয়ে কথা শুনাটো বিচাৰে । সংগীৰ কথা শুনা আৰু গুৰুত্ব দিয়াৰ গুণ থকা পুৰুষক পচন্দ কৰে মহিলাসকলে ।

কথা শুনা গুণ

আপুনি অহংকাৰী ভাৱ ত্যাগ কৰক । পুৰুষৰ অহংকাৰী গুণ কেতিয়াও ভাল নাপায় মহিলাসকলে । এই গুণ ত্যাগ কৰক ।

অহংকাৰী গুণ ত্যাগ

আপোনাৰ নাৰীক সন্মান কৰাৰ গুণ থাকিব লাগিব । যিসকলে নাৰীক সন্মান কৰিব জানে তেওঁলোকক বেছি পচন্দ কৰে মহিলাসকলে।

নাৰীক সন্মান

পঢ়িবলৈ ক্লিক কৰক

মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ