কোনখন দেশৰ পৰমাণু শক্তি আটাইতকৈ বেছি ?

21 May 2025

TV9 ASSAM

Credits: Getty Images

বিশ্বৰ ১৯৫খন দেশৰ ভিতৰত মাত্ৰ ৯খন দেশতহে পাৰমাণৱিক অস্ত্ৰ আছে। পাৰমাণৱিক যুদ্ধ কিমান ভয়ংকৰ হ’ব পাৰে সেয়া বিশ্বই ইতিমধ্যে দেখিছে। 

পাৰমাণৱিক অস্ত্ৰ

ৰাছিয়াত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাছিয়াত ৫৪৪৯টা পাৰমাণৱিক অস্ত্ৰ আছে।

ৰাছিয়া

ৰাছিয়াৰ পাছতে আমেৰিকা। বৰ্তমান আমেৰিকাৰ হাতত আছে ৫,২২৭ টা পাৰমাণৱিক ৱাৰহেড। 

আমেৰিকা

পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত এই তালিকাত তৃতীয় স্থানত আছে চীন। শেহতীয়াকৈ উপলব্ধ তথ্য অনুসৰি চীনৰ হাতত ৬০০টা পাৰমাণৱিক ৱাৰহেড আছে।

চীন

ফ্ৰান্সত আছে ২৯০ টা পাৰমাণৱিক ৱাৰহেড। যিটো ছাবমেৰিনৰ পৰা বেলিষ্টিক মিছাইলৰ জৰিয়তে নিক্ষেপ কৰিব পাৰি।

ফ্ৰান্স

ব্ৰিটেইনৰ হাতত মুঠ ২২৫টা পাৰমাণৱিক ৱাৰহেড আছে । ব্ৰিটেইন পাছতে ষষ্ঠ স্থানত থকা ভাৰতৰ হাতত আছে মুঠ ১৮০টা পাৰমাণৱিক ৱাৰহেড ।

ব্ৰিটেইন-ভাৰত

সপ্তম স্থানত আছে পাকিস্তান। পাকিস্তানৰ হাতত মুঠ ১৭০টা পাৰমাণৱিক ৱাৰহেড আছে। অষ্টম স্থানত থকা ইজৰাইলৰ হাতত আছে ৯০টা পাৰমাণৱিক ৱাৰহেড ।

পাকিস্তান-ইজৰাইল

পঢ়িবলৈ ক্লিক কৰক

শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব ?