শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে উপযুক্ত জীৱনশৈলী

20 May 2025

TV9 ASSAM

Photo Credit : Getty Images

ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়ে শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান হ্ৰাস কৰিব পাৰে।

খাদ্যাভ্যাস-জীৱনশৈলী

যৌন স্বাস্থ্য বজাই ৰাখিবলৈ সঠিক খাদ্য গ্ৰহণ কৰাৰ লগতে জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । 

সঠিক খাদ্য গ্ৰহণ

ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ক । পুৱা সোনকালে উঠি কিছু লঘু ব্যায়াম কৰিবলৈ আৰম্ভ কৰক ।

ব্যায়াম

ৰাতিপুৱা আপুনি জিমলৈ যাব পাৰে। শাৰীৰিক কাৰ্যকলাপৰ জৰিয়তে নিজকে সক্ৰিয় কৰি ৰাখক।

শাৰীৰিক কাৰ্যকলাপ

খাদ্য তালিকাত প্ৰচুৰ পৰিমাণৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰা। অন্ততঃ প্ৰতিদিনে ফল-মূল খাবলৈ আৰম্ভ কৰক।

শাক-পাচলি

খাদ্যৰ তালিকাত তৰমুজ, আপেল, পকা অমিতা ৰাখিব পাৰে। যিয়ে আপোনাৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধিত সহায় কৰিব।

তৰমুজ-আপেল

মানসিক চাপ একেবাৰে গ্ৰহণ নকৰিব। ইয়াৰ পৰা উপশম পাবলৈ ধ্যান,মোবাইলৰ ব্যৱহাৰ হ্ৰাস, কিতাপ পঢ়াৰ অভ্যাস কৰক ।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক

কি ভিটামিনৰ অভাৱত চুলি সৰে ?