17 May 2025
TV9 ASSAM
Photo Credit: Getty Images
উচ্চ ৰক্তচাপ আজিকালি এক সাধাৰণ সমস্যা হৈ পৰিছে। ১০ জনৰ ভিতৰত ৪ জন এই সমস্যাৰ সন্মুখীন হয়।
হঠাৎ ৰক্তচাপ বৃদ্ধি হ’লে কিছুমান লক্ষণ দেখা দিয়ে। এই লক্ষণবোৰ চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।
সাধাৰণতে ৰক্তচাপ ১৩০/৮০ mmHg । যদি ৰক্তচাপ ইয়াতকৈ বেছি হয় তেন্তে ইয়াক উচ্চ ৰক্তচাপ বুলি গণ্য কৰা হয়।
উচ্চ ৰক্তচাপৰ ফলত মূৰত গধুৰতা আৰু বিষ হয়। ইয়াৰ লগতে খংও বাঢ়িবলৈ আৰম্ভ কৰে।
উশাহ লোৱাত সমস্যা সৃষ্টি হ'ব পাৰে । একাগ্ৰতাৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। খিংখিঙীয়াতাও হ’ব পাৰে।
যেতিয়া লক্ষণ দেখা দিয়ে তেতিয়া প্ৰথমে ৰক্তচাপ পৰীক্ষা কৰাব লাগে। যদি ৰক্তচাপ বৃদ্ধি পাইছে তেন্তে ইয়াৰ চিকিৎসা কৰাওক।
সাধাৰণতে মানসিক চাপ, কৰ্ম চাপ আৰু কলেষ্টেৰল বৃদ্ধিৰ বাবে ৰক্তচাপ বৃদ্ধি পায়। লক্ষণবোৰ চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ।
পঢ়িবলৈ ক্লিক কৰক