হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি।

30 April 2025

TV9 ASSAM

প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। 

কেতিয়া পালন

 এই দিনটোত সত্য যুগৰ আৰম্ভণি আৰু ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হয়।

বিশ্বাস অনুসৰি

এই দিনটোতে বেদ ব্যাস আৰু গণেশে মিলি মহাভাৰত ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়।

মহাভাৰত

শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে গংগা নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। 

আন এক জনশ্ৰুতি  

সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে।

বিশ্বাস

ভাৰত আৰু নেপালৰ হিন্দু তথা জৈন সকলৰ এক শুভ সময় হিচাপে পালন কৰে।

অক্ষয় তৃতীয়া

অক্ষয় শব্দৰ অৰ্থ কোনো ক্ষয় বা বিনাশ নোহোৱা, আৰু তৃতীয়া শব্দৰ অৰ্থ হৈছে শুক্লা পক্ষৰ তৃতীয়া তিথি।

অক্ষয় তৃতীয়াৰ অৰ্থ

চাবলৈ ক্লিক কৰক 

HS ৰ ফলাফল