তুলসীক বহুত পবিত্ৰ বুলি কোৱা হয়।

15  June 2025

TV9 ASSAM

দেওবাৰে তুলসী পূজা কৰাটো অনুচিত। এই দিনটোত পানীও দিয়া নহয়।

তুলসী

দেওবাৰে তুলসীত এটা বিশেষ বস্তু বান্ধিব পাৰে। যাৰ বাবে আপুনি ধন লাভ কৰিব।

ধন লাভ

আহক আজি জানো, তুলসীত হালধীয়া সূতা বান্ধিলে কি হয়...

সূতা

ধৰ্মীয় বিশ্বাস অনুসৰি যদি হালধীয়া সূতা বান্ধে, তেন্তে লক্ষ্মী-বিষ্ণুৰ আশীৰ্বাদ পাব।

আশীৰ্বাদ

এনে কৰিলে আপোনাৰ ঘৰলৈ ধনৰ আগমণ হ'ব আৰু ধন-সম্পত্তি বৃদ্ধি পাব।

ধন

এই উপায়েৰে আপোনাৰ জীৱনত অহা প্ৰতিটো আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব। 

আৰ্থিক সমস্যা

হালধীয়া ৰং ভগবান বিষ্ণু আৰু লক্ষ্মীৰ প্ৰিয় ৰং। সেয়ে দেওবাৰে হালধীয়া সূতা বান্ধিলে শুভ।

শুব

চাবলৈ ক্লিক কৰক 

আজি পিতৃ দিৱস