এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে ৰক্তচাপ পৰীক্ষা কৰক

2 September 2025

TV9 ASSAM

উচ্চ ৰক্তচাপ আজিকালি এক সাধাৰণ সমস্যা হৈ পৰিছে। ১০ জনৰ ভিতৰত ৪ জন এই সমস্যাৰ সন্মুখীন হয়।

সাৱধান হওক

হঠাৎ ৰক্তচাপ বৃদ্ধি হ’লে কিছুমান লক্ষণ দেখা দিয়ে। এই লক্ষণবোৰ চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।

হঠাৎ ৰক্তচাপ বৃদ্ধি

সাধাৰণতে ৰক্তচাপ ১৩০/৮০ mmHg । যদি ৰক্তচাপ ইয়াতকৈ বেছি হয় তেন্তে ইয়াক উচ্চ ৰক্তচাপ বুলি গণ্য কৰা হয়। 

স্বাভাৱিক অৱস্থা

উচ্চ ৰক্তচাপৰ ফলত মূৰত গধুৰতা আৰু বিষ হয়। ইয়াৰ লগতে সৰু সৰু কথাত খং উঠিব পাৰে।

মূৰৰ বিষ

উশাহ লোৱাত সমস্যা সৃষ্টি হ'ব পাৰে । মনটো অস্থিৰ হৈ পৰিব পাৰে। খিংখিঙীয়া হ’ব পাৰে।

উশাহ লোৱাত কষ্ট

যেতিয়া এই লক্ষণ দেখা দিয়ে তেতিয়া প্ৰথমে ৰক্তচাপ পৰীক্ষা কৰাব লাগে। যদি ৰক্তচাপ বৃদ্ধি পাইছে তেন্তে ইয়াৰ চিকিৎসা কৰাওক।

ৰক্তচাপ পৰীক্ষা 

সাধাৰণতে মানসিক চাপ, কৰ্ম চাপ আৰু কলেষ্টেৰল বৃদ্ধিৰ বাবে ৰক্তচাপ বৃদ্ধি পায়। লক্ষণবোৰ চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ।

ৰক্তচাপ বৃদ্ধি কাৰণ

পঢ়িবলৈ ক্লিক কৰক

কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?