কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?

2 September 2025

TV9 ASSAM

ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়ে শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান হ্ৰাস কৰিব পাৰে।

সাৱধান হওক

যৌন স্বাস্থ্য বজাই ৰাখিবলৈ সঠিক খাদ্য গ্ৰহণ কৰাৰ লগতে জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । 

 জীৱনশৈলী

ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ক । পুৱা সোনকালে উঠি কিছু লঘু ব্যায়াম কৰিবলৈ আৰম্ভ কৰক ।

ৰাতিপুৱা

ৰাতিপুৱা আপুনি জিমলৈ যাব পাৰে। শাৰীৰিক কাৰ্যকলাপৰ জৰিয়তে নিজকে সক্ৰিয় কৰি ৰাখক।

শাৰীৰিক কাৰ্যকলাপ

খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে শাক-পাচলি অন্তৰ্ভুক্ত কৰক। অন্ততঃ প্ৰতিদিনে ফল-মূল খাবলৈ আৰম্ভ কৰক।

শাক-পাচলি

খাদ্যৰ তালিকাত তৰমুজ, আপেল, পকা অমিতা ৰাখিব পাৰে। যিয়ে আপোনাৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধিত সহায় কৰিব।

পকা অমিতা 

মানসিক চাপ একেবাৰে গ্ৰহণ নকৰিব। ইয়াৰ পৰা উপশম পাবলৈ ধ্যান,মোবাইলৰ ব্যৱহাৰ হ্ৰাস, কিতাপ পঢ়াৰ অভ্যাস কৰক ।

মানসিক চাপ 

পঢ়িবলৈ ক্লিক কৰক

কিডনী ষ্টোন প্ৰতিৰোধৰ কৰাৰ ঘৰুৱা উপায় জানক