পাকঘৰত থকা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ...

20 AUG 2025

TV9 ASSAM

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। এই ৰোগৰ চিকিৎসা আছে যদিও চিনাক্তকৰণত দেৰি হ'লে বা বিভিন্ন কাৰণত ই মাৰাত্মক হ'ব পাৰে।

কৰ্কট ৰোগ

বৰ্তমান আধুনিক যুগ। এনে সময়ত মানুহে পুৰণি বস্তুবোৰ বিদায় দি নতুনক আদৰিছে। পাকঘৰতো আজিকালি বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয় যিয়ে কাম সহজ কৰি তোলে।

পাকঘৰ

কিন্তু আজিকালি প্ৰায়ভাগে ব্যৱহাৰ কৰা কিছুমান বস্তু কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হৈ থকা ভাল। ইয়াৰোপৰি এইবোৰ ব্যৱহাৰ কৰিব নালাগে।

পাকঘৰৰ বস্তু

এলুমিনিয়ামৰ বাচন ব্যৱহাৰ কৰা বেয়া। ই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। যদি আপোনাৰো পাকঘৰত এলুমিনিয়ামৰ বাচন আছে তেন্তে সেয়া ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

এলুমিনিয়াম

টেফলন কোটিং থকা ননষ্টিক বাচন ব্যৱহাৰ কৰিব নালাগে। যদি আপুনি এনে বাচন এলুমিনিয়ামৰ বস্তুৰে চাফা কৰে তেন্তে ই বিহৰ দৰে। এই বাচন চাফা কৰা বস্তুয়ে বাচনত থকা কেমিকেল বাহিৰ কৰে। যি বেয়া।

ননষ্টিক

প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰা বেয়া। ই আমাৰ স্বাস্থ্যত বহু বেয়া প্ৰভাৱ পেলায়। এনে সামগ্ৰীত খাদ্য খোৱা বা ৰখাৰ পৰা বিৰত থাকিব লাগে।

প্লাষ্টিক

আপুনি পাকঘৰত পিতল, কাষ্ট আইৰন,লোৰ কেৰাহী ব্যৱহাৰ কৰিব পাৰে। বিশেষজ্ঞৰ মতে, পুৰণি দিনত পাকঘৰত ব্যৱহাৰ কৰা সামগ্ৰীবোৰ ভাল।

কি ব্যৱহাৰ কৰিব

পঢ়িবলৈ ক্লিক কৰক

ভাল দিন আহিব