৩০ বছৰ পাছত দুৰ্লভ সংযোগ, এই ৰাশিৰ  বাবে ভাল

20 AUG 2025

TV9 ASSAM

জ্যোতিষ শাস্ত্ৰ অনুসৰি শনিদেৱ কৰ্মফল দাতা আৰু ন্যায়ৰ দেৱতা। সময়ে সময়ে শনিদেৱ বক্ৰী আৰু মাৰ্গী হৈ থাকে।

জ্যোতিষ শাস্ত্ৰ

বৰ্তমান শনিদেৱ গুৰুৰ মালিক মীন ৰাশিত আছে আৰু ২৮ নৱেম্বৰলৈ ইয়াতে থাকিব। বক্ৰ শনি এনে সময়ত ৩ ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব।

শনি

এই সময়চোৱাত এই তিনি ৰাশিৰ লোকৰ উন্নতি হ'ব। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ'ব। ইয়াৰোপৰি সফলতা লাভ কৰিব।

কি হ'ব

 এই ৰাশিৰ লোকে কামত সফলতা লাভ কৰিব। ব্যৱসায়ীসকল সন্তুষ্ট হ'ব। চাকৰিয়ালৰ পদোন্নতি বা দৰমহা বৃদ্ধি হ'ব পাৰে। মান-সন্মান বৃদ্ধি আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে।

মিথুন ৰাশি

এই ৰাশিৰ লোকে শুভ ফল লাভ কৰিব। সাহস বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত লাভ হব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব।

মকৰ

চাকৰিয়ালসকলৰ উন্নতি হ'ব। ভুল কাম শুদ্ধ কৰাৰ সুযোগ লাভ কৰিব।  ব্যৱসায়ীসকলে সফলতা লাভ কৰিব পাৰে। ইয়াৰোপৰি উপাৰ্জনৰ নতুন বাট মুকলি হ'ব।

আৰু কি হ'ব

হঠাতে ধন লাভ কৰিব। পাবলগীয়া ধন ঘূৰাই পাব। কামৰ ক্ষেত্ৰত চিন্তা মুক্ত হ'ব। আত্মবিশ্বাস বৃদ্ধি পাব। আৰ্থিক আৰু সামাজিক দিশটো উন্নতি হ'ব পাৰে।

কুম্ভ

পঢ়িবলৈ ক্লিক কৰক 

ভাল দিন আহিব