উৎসৱৰ বতৰ প্ৰতিগৰাকী মহিলাই ধুনীয়াকৈ নিজক সজাব বিচাৰে।
26 Sept 2025
TV9 ASSAM
শাৰী বা লেহেংগাৰ সৈতে এনেধৰণৰ গহনা পিন্ধিব পাৰে। দুৰ্গা পূজাৰ প্ৰায়ে ৰঙা বগা ৰঙটোহে পছন্দ কৰে।
গহনা
বিশেষকৈ আজিকালি হাতেৰে বনোৱা গহনাৰ ট্ৰেণ্ড আহিছে, সেয়াও আপোনাৰ বাবে উত্তম।
গহনা
পূজাত দামী গহনা ক্ৰয় কৰাৰ পৰিৱৰ্তে বিভিন্ন ৰঙৰ কাপোৰৰ লগত মিলাই পিন্ধিব পাৰিব।
হাতেৰে বনোৱা
বৰ্তমান ট্ৰেণ্ডত আহিছে এনেধৰনৰ গহনাবোৰ।
ট্ৰেণ্ড
ইয়াৰোপৰি আপুনি যদি বহুত হেভি কিবা পিন্ধে তাৰ লগত একদম সাধাৰণ কিবা পিন্ধক।
আকৰ্ষণীয়
যদি কেৱল ঝুমকা ষ্টাইলৰ কাণফুলি পিন্ধিব বিচাৰে, তেন্তে আইডিয়া ল'ব পাৰে।
গহনা
একাংশই পিছে মেখেলা চাদৰৰ সৈতে অসমীয়া গহনা পিন্ধি ভাল পায়। কিন্তু বেছি হেভি নিপিন্ধিব।
গহনা
লগতে পঢ়ক
বিশ্বই দেখিব ‘মেক ইন ইণ্ডিয়া’ৰ শক্তি!
Learn more