কি ৰোগত আক্ৰান্ত হ'লে ওজন বৃদ্ধি হয়?

6 October 2025

TV9 ASSAM

অতিমাত্ৰা খাদ্য খোৱা বা ব্যায়ামৰ অভাৱৰ বাবে সকলোৰে লোকৰ ওজন বৃদ্ধি নহয়। কেতিয়াবা কিছুমান ৰোগৰ বাবেও ওজন বৃদ্ধি হ'ব পাৰে।

ৰোগ আৰু ওজন বৃদ্ধি

বিশেষজ্ঞৰ মতে, থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ বাবে বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত ওজন বৃদ্ধি পায়।

থাইৰয়ড

এনে পৰিস্থিতিত শৰীৰত ষ্টেছ হৰম'ন কৰ্টিছলৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত বিপাকীয়া ক্ৰিয়াত প্ৰভাৱ পৰে, যাৰ ফলত মুখমণ্ডল, পেট, পিঠিত চৰ্বি জমা হয়।

বিপাকীয়া ক্ৰিয়াত প্ৰভাৱ

পিচিঅ'এছৰ ফলত মহিলাৰ হৰম'নৰ ভাৰসাম্যহীনতা হয়, যাৰ ফলত বিশেষকৈ পেটৰ আশে-পাশে ছৰ্বি জমা হ'ব পাৰে।

মহিলাৰ পিচিঅ'এছ

শৰীৰত ইনচুলিন হৰম'নে সঠিকভাৱে কাম নকৰাৰ বাবে চুগাৰ চৰ্বিলৈ ৰূপান্তৰিত হয়, যাৰ ফলত ওজন বৃদ্ধি পায়।

ডায়েবিটিচ

টোপনি অভাৱ বা টোপনিৰ লগত জড়িত সমস্যাৰ ফলত হৰম'নৰ ভাৰসাম্যহীনতা হ'ব পাৰে, যাৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে।

টোপনি অভাৱ

মানসিক চাপৰ ফলত অতিমাত্ৰা খাদ্য খোৱা আৰু হৰম'নৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক

কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ৰ ৪ টা সাধাৰণ লক্ষণ