কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ৰ ৪ টা সাধাৰণ লক্ষণ 

5 October 2025

TV9 ASSAM

কেন্সাৰ আগতীয়াকৈ ধৰা পৰিলে চিকিৎসাই কাম কৰাৰ সম্ভাৱনা বহুত বেছি। গতিকে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জনাটো অতি প্ৰয়োজন।

প্ৰাৰম্ভিক লক্ষণ

যদি অস্বাভাৱিকভাৱে ওজন হ্ৰাস পায়,  তেন্তে ই পেট, খাদ্যনলী, হাওঁফাওঁ বা অগ্নাশয়ৰ দৰে কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

ওজন হ্ৰাস

কিছু জিৰণি লোৱাৰ পিছতো অতি ভাগৰুৱা অনুভৱ কৰে,তেন্তে ই তেজৰ কৰ্কট ৰোগকে ধৰি বহু ধৰণৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

ভাগৰুৱা অনুভৱ

প্ৰস্ৰাৱ, মল, বমি বা কাহত তেজ যোৱাটো কেন্সাৰৰ লক্ষণ হ’ব পাৰে। সঘনাই নাকৰ পৰা তেজ ওলোৱা বা ঘাঁ হোৱাটোও তেজৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

 কাহত তেজ যোৱা

যদি কেইবা সপ্তাহ ধৰি কাহ হৈ থাকে আৰু শুকান হয় বা তেজ ওলায়, তেন্তে ই হাওঁফাওঁ, ডিঙি বা থাইৰয়ড কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

অবিৰত কাহ

এই লক্ষণবোৰৰ অৰ্থ এইটো নহয় যে আপোনাৰ নিশ্চিতভাৱে কেন্সাৰ হৈছে, কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ গুৰুত্বপূৰ্ণ লক্ষণ।

আওকাণ নকৰিব

যেতিয়া কোনো ৰোগ আগতীয়াকৈ ধৰা পৰে তেন্তে চিকিৎসাৰ প্ৰক্ৰিয়া সহজ হৈ পৰে। গতিকে এনে লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

ৰাম নে কৃষ্ণ, কোন বিধ তুলসী ঘৰত ৰোপণ কৰিব লাগে ?