কেতিয়াও বিশ্বাসঘাটকতা নকৰে এই ৰাশিৰ লোকে...

27  OCT 2025

TV9 ASSAM

হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক। ৰাশি অনুসৰি প্ৰতিগৰাকী ব্যক্তিৰ নিজা নিজা গুণ থাকে। ধৰ্মীয় মান্যতা অনুসৰি, ৰাশিয়ে মানুহৰ জীৱনত প্ৰভাৱ পেলায়।

ৰাশি

ৰাশি ১২ টা। মান্যতা অনুসৰি এনে ৫ টা ৰাশি আছে যিয়ে কেতিয়াও বিশ্বাসঘাটকতা নকৰে। কোৱা হয়, এই ৰাশিসমূহক বিশ্বাস কৰিব পাৰি। গতিকে এই ৰাশি কেইটা কি কি?

মান্যতা

মেঘৰ স্বামী গ্ৰহ মংগল। জ্য়োতিষ শাস্ত্ৰ অনুসৰি মেঘ ৰাশিৰ লোক সত্য প্ৰিয়। এওঁলোক স্বভাৱত বিনম্ৰ হয়। এনে ৰাশিয়ে সম্পৰ্কক গুৰুত্ব দিয়ে। কোৱা হয় এই ৰাশিৰ লোকে বিশ্বাসঘাটকতা নকৰে।

মেঘ ৰাশি

সিংহৰ স্বামী গ্ৰহ সূৰ্য। এই ৰাশিৰ লোক সাহসী হয়। লগতে বিশ্বাসযোগ্য হয়।  মনত যি থাকে সেয়া কয়। এইসকল লোকে নিজেও মিছা কথা নকয় আৰু আনৰ মিছা সহ্য নকৰে।

সিংহ ৰাশি

কৰ্কটৰ স্বামী গ্ৰহ চন্দ্ৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাশিৰ লোক অত্যন্ত অনুভৱী হয়। এইসকল লোকে নিজৰ লগত জড়িত থকা কাকোৱে বিশ্বাসঘাটকতা নকৰে। সম্পৰ্কক গুৰুত্ব দিয়ে।

কৰ্কট ৰাশি

মকৰৰ স্বামী গ্ৰহ শনি। জ্যোতিষ শাস্ত্ৰত শনিক ন্যায়ৰ গ্ৰহ বুলি কয়। এই ৰাশিৰ লোক সম্পৰ্কত সদায় গুৰুত্ব দিয়ে। এই ৰাশিৰ লোকে মিছা কথা ভাল নাপায়। লগতে নিজেও আনক বিশ্বাসঘাটকতা নকৰে।

মকৰ ৰাশি

কুম্ভৰ স্বামী গ্ৰহ শনি। এই ৰাশিৰ লোকে সমাজৰ হৈ কিবা কৰিব বিচাৰে। এই ৰাশিৰ লোকে বাস্তৱক বিশ্বাস কৰে। যি কৰিম বুলি ভাবে সেয়া কৰে। সম্পৰ্কত ভালদৰে থাকে। কেতিয়াও বিশ্বাসঘাটকতা নকৰে।

কুম্ভ

পঢ়িবলৈ ক্লিক কৰক 

ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ ভাল