28Jan 2026
TV9 ASSAM
শৰীৰৰ লগতে সকলোৰে বাবে দাঁতৰ স্বাস্থ্য গুৰুত্বপূৰ্ণ। মানুহে দাঁতৰ বিশেষ যত্ন লোৱা দৰকাৰ। অন্যথা কম বয়সতে দাঁত নষ্ট হ'ব পাৰে।
মানুহৰ কিছুমান এনে অভ্যাস আছে যিয়ে দাঁতৰ ক্ষতি কৰিব পাৰে। এই অভ্যাসবোৰ ত্যাগ কৰিব লাগে অন্যথা দাঁতৰ ক্ষতি হ'ব পাৰে।
যিসকল লোকে প্ৰয়োজনতকৈ বেছি জোৰকৈ ব্ৰাছ কৰে, সেইসকলৰ দাঁতৰ ইনামেল খহনি খাবলৈ আৰম্ভ কৰে। যাৰ ফলত দাঁত সংবেদনশীল হৈ পৰে।
পানী শৰীৰৰ লগতে দাঁতৰ স্বাস্থ্যৰ বাবেও প্ৰয়োজনীয়। মুখৰ লেলাউটিয়ে দাঁতত এচিড তৈয়াৰ কৰে। যেতিয়া কম পানী খাই কম লেলাউটি উৎপন্ন হয়। ইয়াৰ ফলত দাঁতৰ ক্ষতি হয়।
বেয়া টুথপেষ্টে দাঁতৰ ক্ষতি কৰিব পাৰে। কিয়নো টুথপেষ্টে দাঁতৰ সুৰক্ষা নকৰে ই কেৱল মুখ সতেজ ৰখাত সহায় কৰে।
কোল্ড ড্ৰিংক, পেকেট জুছ, চাহ, কফি, বেছি মিঠা,বেছি তিতা আদি খালে দাঁতৰ স্বাস্থ্যত প্ৰভাৱ পৰে। এইবোৰ খাদ্যত থকা এচিড আৰু চুগাৰে লাগে লাগে দাঁত দুৰ্বল কৰি তোলে।
কিছুমানে বিভিন্নজনৰ পৰামৰ্শ অনুসৰি নেমু, বেকিং চোডা,কয়লা আদি লগাই দাঁত চাফা কৰে। কিন্তু ই দাঁতৰ ক্ষতি কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক