7 Nov 2025
TV9 ASSAM
গৰুড় পুৰাণত বিভিন্ন দিশৰ বিষয়ে উল্লেখ আছে। সনাতন ধৰ্মৰ ১৮ খন পুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। হিন্দু ধৰ্মত গৰুড় পুৰাণৰ মহত্ব অধিক।
ইয়াত মানুহৰ কিছুমান অভ্য়াসৰ বিষয়ে উল্লেখ আছে যিয়ে মানুহক দৰিদ্ৰতালৈ লৈ যায়। কিছুমান অভ্যাসে মানুহক ৰজাৰ পৰি দৰিদ্ৰ কৰি পেলাব লাগে।
গৰুড় পুৰাণত কোৱা হৈছে যে, মা লক্ষ্মীৰ ফটো বা মূৰ্তি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। লেতেৰা হৈ থাকিলে ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰে আৰু মা লক্ষ্মী অসন্তুষ্ট হয়।
গৰুড় পুৰাণ অনুসৰি, যি মানুহে অনবৰত আনৰ ভুল উলিয়াই থাকে তেনে লোকৰ কেতিয়াও উন্নতি নহয়। এনে মানুহৰ জীৱনত সদায় দৰিদ্ৰতা থাকে।
গৰুড় পুৰাণ অনুসৰি, এলাহ সবাতোকৈ বেয়া বস্তু। এলাহে মানুহক দৰিদ্ৰতাৰ পিনে লৈ যায়। যিয়ে দেৰিলৈকে শুই থাকে, কাম নকৰি বহি থাকে তেনে লোকৰ জীৱনত কেতিয়াও উন্নতি নহয়।
মানুহে কেতিয়াও ধনক লৈ অহংকাৰ কৰিব নালাগে। যি ব্যক্তিৰ ধনক লৈ অহংকাৰ থাকে তেনে লোকে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ নকৰে। ইয়াৰ ফলত দৰিদ্ৰতা আনে।
গৰুড় পুৰাণ অনুসৰি, মানুহে পৰিশ্ৰম কৰিব লাগে। যি মানুহে পৰিশ্ৰম কৰে তেনে লোকে দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰোপৰি বিভিন্ন দিশৰ পৰা সংকট আহে।
পঢ়িবলৈ ক্লিক কৰক