বৃক্কই আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থ আঁতৰ কৰি তেজ পৰিশোধন কৰে।
1 july 2025
TV9 ASSAM
বৃক্কই শৰীৰত পানী আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে।
কাম
কিন্তু আমাৰ কিছুমান অভ্যাসৰ বাবে বৃক্ক লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে।
বৃক্ক
ইয়াৰ ফলত বৃক্কই কাম কাজ বঢ়াব লাগে, সেয়ে অধিক নিমখে বৃক্কৰো ক্ষতি কৰে।
নিমখ
কম পানী সেৱনৰ ফলত শৰীৰত টক্সিনচ জমা হয়, ফলত বৃক্কই ভালদৰে পৰিশোধ কৰিব নোৱাৰে।
পানী
ৰেড মিট শৰীৰৰ বাবে অপকাৰী। বেছি প্ৰটিন খালে বৃক্কই বেছি কষ্ট পায়।
ৰেড মিট
আমি শৰীৰত বিষ হ'লে পেইন কিলাৰ খাও, যিটো আমাৰ বৃক্কৰ বাবে একেবাৰে অপকাৰী।
বিষৰ ঔষধ
প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিব নালাগে। ই বৃক্কত সংক্ৰমণ কৰিব পাৰে।
সংক্ৰমণ
চাবলৈ ক্লিক কৰক
ফোনটো বাৰে বাৰে অন-অফ হ’লে সাৱধান!
Learn more