স্মৃতিশক্তি হ্ৰাস কৰে এই ৫ বিধ খাদ্যই

6 AUG 2025

TV9 ASSAM

প্ৰায় সকলোৱে জানে যে আমি যি খাদ্য গ্ৰহণ কৰো, তাৰ প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰত পৰে। কিন্তু কেৱল শৰীৰতেই নহয়, আমাৰ খাদ্যৰ প্ৰভাৱ আমাৰ মগজুৰ ওপৰতো পৰে।

খাদ্য

স্বাস্থ্য বিশেষজ্ঞই কয় যে, কিছুমান এনে খাদ্য আছে যি খালে আমাৰ মগজুত বেয়া প্ৰভাৱ পৰে। ইয়াৰ ফলত মানুহৰ স্মৃতিশক্তি দুৰ্বল হৈ পৰে। গতিকে এনে খাদ্যৰ পৰা আঁতৰত থাকিব লাগে।

স্বাস্থ্য

যিকোনো মিঠাই আৰু মিঠা জুচত থকা চেনিয়ে হেপ্পিকেম্পছৰ ক্ষতি কৰে। ই মগজুৰ অংশ আৰু স্মৃতিশক্তি নিয়ন্ত্ৰণ কৰে। এনে খাদ্য খালে স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ হ'ব পাৰে।

মিঠা আৰু কোল্ড ড্ৰিংক

ফ্ৰেন্স ফ্ৰাইচ, চিপছ বা অত্যধিক তেলযুক্ত খাদ্যই মগজুত ফুলাৰ সৃষ্টি কৰে। তেলযুক্ত খাদ্য বনালে ইয়াৰ পৰা ওলোৱা এক্ৰিলামাইডৰ দৰে ৰাসায়নিকে মগজুক কোষৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত চিন্তা আৰু স্মৃতিশক্তি প্ৰভাৱিত হ'ব পাৰে।

অত্যধিক তেলযুক্ত খাদ্য

বগা ব্ৰেড, কুকিজ, চিপছ আদিত পুষ্টিকৰ উপাদান আৰু ফাইবাৰ নাথাকে। ই হিপ্পোকেম্পছক ক্ষতি কৰিব পাৰে। যাৰ ফলত স্মৃতিশক্তি দুৰ্বল হৈ পৰিব পাৰে আৰু শিকাৰ ক্ষমতা কমি যাব পাৰে।

ৰিফাইন কাৰ্বহাইড্ৰেইট

এস্পাট্ৰেম আৰু সুক্ৰালোজৰ দৰে আৰ্টিফিচিয়েল চুইটনাৰ্চ ফুলা বৃদ্ধি কৰিব পাৰে। ই মগজুৰ কোষৰ কাষত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত স্মৃতিশক্তি দুৰ্বল হ'ব পাৰে।

আৰ্টিফিচিয়েল চুইটনাৰ্চ

ছলামী, হট ডগ, বেকনৰ দৰে বস্তুত ছডিয়াম আৰু প্ৰিজবৰ্টিভ বহুত থাকে। ই মগজুৰ কোষবোৰত ফুলাৰ সৃষ্টি কৰি তেজৰ চলাচল কম কৰিব পাৰে। যাৰ ফলত স্মৃতিশক্তিত প্ৰভাৱ পৰিব পাৰে।

প্ৰচেচড মীট

পঢ়িবলৈ ক্লিক কৰক

ভাৰতৰ ১ টকা আমেৰিকাত কিমান হয়