ভাৰতৰ ওড়িশা ৰাজ্যৰ পুৰীত অনুষ্ঠিত এক বাৰ্ষিক হিন্দু উৎসৱ।

16 June 2025

TV9 ASSAM

 জগন্নাথৰ বাবে ৰথৰ উচ্চতা প্ৰায় ৪৫ ফুট আৰু বৰ্গফুট ৩৫ ফুট। 

ৰথ যাত্ৰা

ৰথ যাত্ৰাক ‘শ্ৰী গুণ্ডিচা যাত্ৰা’ বুলিও অভিহিত কৰা হয়।

ৰথ যাত্ৰা

জগন্নাথৰ ৰথৰ নাম ‘নন্দীঘোষ’, বলৰামৰ ‘তালধ্বজ’ আৰু দেৱী সুভদ্ৰাৰ ৰথক ‘দৰ্পদালন’। 

ৰথ যাত্ৰা

ৰথযাত্ৰাত অংশগ্ৰহণ কৰিলে মোক্ষ লাভ হয় আৰু সকলো পাপো নোহোৱা হয়।

পাপ

ৰথৰ পথত ঝাড়ু দিলে ভক্তসকলৰ ইচ্ছা পূৰণ হ’ব বুলি বিশ্বাস।

ইচ্ছা পূৰণ

এইবাৰ পুৰীৰ ৰথ যাত্ৰা ২৭ জুন শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব।

সময়

এই ৰথবোৰ প্ৰতি বছৰে ৰথৰ শোভাযাত্ৰাৰ বাবে পুনৰ নিৰ্মাণ কৰা হয়।

ৰথ যাত্ৰা

চাবলৈ ক্লিক কৰক 

মুকলি স্বদেশী ডিজাইনৰ জাহাজ ‘অচল’