বেছিকৈ উতলোৱা চাহ খালে হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যা

26 Jan 2026

TV9 ASSAM

চাহৰ নিচা আমাৰ প্ৰায় অধিকাংশ লোকৰে আছে। পিছে এই চাহকাপ অধিক উতলাই খালে কি হ’ব পাৰে জানেনে? চাওক এইবিষয়ে।

চাহ

ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছ (ICMR)ৰ মতে, বহু সময় ধৰি সিজাই থকা চাহ খালে আমাৰ লিভাৰ আৰু হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

লিভাৰ-হৃদযন্ত্ৰৰ ক্ষতি

চাহ বেছিকৈ উতলালে বা বাৰে বাৰে গৰম কৰিলে তাৰ পৰা 'টেনিন' নামৰ উপাদান বিধ অধিক নিৰ্গত হয়। ই শৰীৰৰ ৰক্তচাপ অস্বাভাৱিকভাৱে বৃদ্ধি কৰিব পাৰে।

উচ্চ ৰক্তচাপ

অধিক সময় উতলোৱা চাহত এচিডৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ ফলত পেটৰ বিষ, এচিডিটি, গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিয়ে।

হজম শক্তিৰ সমস্যা

চাহত থকা অতিৰিক্ত টেনিনে শৰীৰক খাদ্যৰ পৰা আইৰণ আৰু কেলচিয়াম শোষণ কৰাত বাধা দিয়ে। ইয়াৰ ফলত হাড় দুৰ্বল হোৱাৰ লগতে ৰক্তহীনতা হ’ব পাৰে।

পুষ্টি শোষণত বাধা

যদি আপোনাৰ হাত, আঁঠু আৰু ভৰিৰ তলুৱা হঠাতে অত্যাধিক শুকান হৈ পৰিছে আৰু খজুৱতি হৈছে, তেন্তে ই ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

গুণাগুণ নষ্ট

পঢ়িবলৈ ক্লিক কৰক 

আপোনাৰ ছালে দিছে নেকি ব্লাড চুগাৰৰ সংকেত!