শৰীৰক গৰমৰ পৰা শীতল কৰি ৰাখে।
31 july 2025
TV9 ASSAM
কেঁচা আৰু পকা দুয়োবিধ তেতেলী শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী ৷
উপকাৰ
নিয়মীয়াকৈ তেতেলী খালে হজম প্ৰক্ৰিয়া দ্ৰুত হয় ।
উপকাৰ
তেতেলীত থকা আঁহে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।
উপকাৰ
তেতেলীত থকা এন্টিঅক্সিডেন্ট আৰু পটাছিয়ামে হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ সহায় কৰে।
উপকাৰ
তেতেলীত ভিটামিন চি থাকে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ সহায় কৰে।
উপকাৰ
তেতেলিয়ে তেজত চেনিৰ পৰিমাণ কম কৰাত সহায় কৰে।
সমস্যা
তেতেলীত থকা এন্টিঅক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
সমস্যা
লগতে পঢ়ক
দৈনিক খাওক সিজোৱা আমলখি
Learn more