সূৰ্যৰ স্থান পৰিবৰ্তন এই ৰাশিৰ বাবে অশুভ

16 Sept 2025

TV9 ASSAM

২১ ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ। ইয়াৰ ঠিক ৪ দিন পূৰ্বে ১৭ ছেপ্টেম্বৰত সূৰ্যত গোচৰ হ'ব। গতিকে ই কিছু ৰাশিৰ বাবে অশুভ হ'ব।

সূৰ্যগ্ৰহণ

সূৰ্যই নিশা প্ৰায় ১.৩০ বজাত কন্যা ৰাশিত প্ৰৱেশ কৰিব। মান্যতা অনুসৰি, সূৰ্যদেৱক সকলো গ্ৰহৰ পিতৃ বুলি কোৱা হয়। সূৰ্যৰ এই পৰিবৰ্তনে কিছু ৰাশিৰ জীৱনত প্ৰভাৱ পেলায়।

কন্যা

সূৰ্যৰ এই গোচৰ সকলো  ৰাশিৰ বাবে বিশেষ হ'বলৈ গৈ আছে। কিন্তু এই সময়ত কিছুমান ৰাশিৰ জীৱনত অশুভ প্ৰভাৱ পৰিব পাৰে। গতিকে এই সময়খিনি সাৱধান হোৱা ভাল।

পৰিবৰ্তন

এই ট্ৰেনজিত বৃষৰ ৫ নম্বৰ স্থানত হ'ব। যাৰ বাবে চাকৰিত সমস্যা আহিব পাৰে। হাতলৈ অহা ভাল সুযোগ হেৰুৱাব পাৰে। আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে।

বৃষ

এই ট্ৰেনজিত কৰ্কট ৰাশিৰ তিনি নম্বৰ স্থানত হ'ব। কামত বাধা আহিব পাৰে। মন অশান্ত হৈ থাকিব পাৰে। দাম্পত্য জীৱনত সমস্যা আহিব পাৰে। সংগীৰ সৈতে কাজিয়া লাগিব পাৰে।

কৰ্কট

এই পৰিবৰ্তন কৰ্কট ৰাশিৰ বাবেও শুভ নহয়। ই কন্যাৰ প্ৰথম স্থানত হ'বলৈ গৈ আছে। গতিকে কেৰিয়াৰত সমস্যা আহিব পাৰে। খৰচ বৃদ্ধি হ'ব পাৰে। সম্পৰ্কত সমস্যা আহিব পাৰে।

কন্যা

এই পৰিবৰ্তন মকৰৰ ৯ নং স্থানত হ'ব। যাৰ বাবে পৰিয়ালত সমস্যা আহিব পাৰে। মন অশান্ত হৈ থাকিব পাৰে। আৰ্থিক সমস্যা আহিব পাৰে। পৰিয়ালত বিবাদ হ'ব পাৰে।

মকৰ

পঢ়িবলৈ ক্লিক কৰক 

নেপালত মুছলিম