দিল্লীত আপৰ নিৰ্বাচনী প্ৰচাৰ চম্ভালিব সুনীতা কেজৰিৱালে

25 April 2024

দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ পাছতে ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰা দেখা গৈছে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল

ৰাজনীতিত সুনীতা কেজৰিৱাল 

আম আদমী পাৰ্টিৰ প্ৰাৰ্থীৰ বাবে দিল্লীত ৰোড শ্ব’ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সুনীতা কেজৰিৱাল

দিল্লীত ৰোড শ্ব’

দিল্লীত আম আদমী পাৰ্টিৰ চাৰিওজন প্ৰাৰ্থীৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব সুনীতা কেজৰিৱালে

ৰাজহুৱা সভা অনুষ্ঠিত কৰিব

শনিবাৰ আৰু দেওবাৰে ৰোড শ্ব’ অনুষ্ঠিত কৰি দলীয় প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিব সুনীতা কেজৰিৱালে

ভোট বিচাৰিব সুনীতা কেজৰিৱালে 

শেহতীয়াকৈ ৰাঁচীত আয়োজিত ইণ্ডিয়া এলায়েন্সৰ ৰেলীত অংশগ্ৰহণ কৰি কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰিছিল সুনীতা কেজৰিৱালে 

বিজেপিক তীব্ৰ সমালোচনা

পঢ়িবলৈ ক্লিক কৰক

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ