গ্ৰীষ্মকালত ঘৰতে কেনেকৈ ল'ব চুলিৰ যত্ন

12 April 2024

গৰম দিনত আমি চুলি সদায় পৰিষ্কাৰ কৈ ৰখা উচিত। সপ্তাহত ২-৩দিন চুলিৰ গুৰি ধুব লাগে

চুলি পৰিষ্কাৰ

চুলিৰ বাবে সেউজীয়া শাক-পাচলি,গাজৰ, ঔটেঙা আদি নিয়মিত খালে চুলিৰ স্বাস্থ্য ভালে থাকে।

কি খাব?

ইয়াৰোপৰি চুলিত এলোভেৰা, জবা ফুল আদি ঘৰতে থকা উপাদানবোৰ লগাব পাৰে।

ঘৰুৱা উপাদান

আনহাতে চুলিত কণীৰ কুহুম দুটা, পকা কল এটা, গাখীৰ দুই চামুচ, নাৰিকল তেল একাপ, কমলাৰ ৰস এচামুচ। এই আটাইখিনি মিক্সিত মিহলাই লগাব পাৰে

হেয়াৰ মাস্ক

চুলিৰ বাবে আমি ঘৰতে কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি উজ্জ্বল চুলিৰ গৰাকী হ’ব পাৰো।

ঘৰুৱা সামগ্ৰী

গা ধৌৱাৰ আগত চুলিত তেল লগাই ভালদৰে ধুই দিব লাগে

তেল লগোৱা

দি উফিৰ সমস্যাত ভুগিছে তেন্তে চুলিত মেথি গুটিৰ পেক প্ৰস্তুত কৰি লগাব পাৰে।

উফিৰ সমস্যা

তিতা চুলি বান্ধি থব নালাগে, লগতে ইলেক্ট্ৰনিক সামগ্ৰীৰে চুলি ষ্টাইলিং কৰিব নালাগে

চুলি সৰা বন্ধ

ৰাতিৰ আহাৰৰ পিছত বেগেৰে খোজ কঢ়িব লাগে নে লাহে

লিংকত ক্লিক কৰক