কুঁহিয়াৰৰ ৰস গৰম দিনত শৰীৰৰ বাবে অতি উপকাৰী।

3  May 2025

TV9 ASSAM

গ্ৰীষ্মকালত গাঁৱৰ লগতে চহৰতো বিভিন্ন ঠাইত কুঁহিয়াৰৰ ৰস বিক্ৰী হোৱা দেখা যায়।

কুঁহিয়াৰ

কিন্তু এই কুঁহিয়াৰৰ ৰসৰ আছে আচৰিত গুণ,জানেনে আপুনি?

কুঁহিয়াৰৰ উপকাৰ

কুঁহিয়াৰৰ ৰস সেৱনে আমাৰ ডিহাইড্ৰেচন সমস্যা দূৰ কৰে। 

উপকাৰিতা

কম সময়ৰ ভিতৰতে ভাগৰ দূৰ কৰে শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে।

ভাগৰ দূৰ কৰে

বৃক্কত পাথৰ হোৱা ৰোগীক চিকিৎসকে কুঁহিয়াৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে।

বৃক্কত পাথৰ হ'লে

প্ৰস্ৰাৱ সংক্ৰমণ হোৱা লোকৰ বাবে কুঁহিয়াৰ ৰস অতি উপকাৰী।

সংক্ৰমণ

 ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।

ৰক্তহীনতা

চাবলৈ ক্লিক কৰক 

পাকিস্তান সেনাৰ মুৰব্বী অছিম মুনীৰ সম্পত্তি