19 NOV 2025
Photos Credit: Getty, Unsplash
TV9 ASSAM
কিছুমান মানুহৰ ক্ষেত্ৰত খাদ্য খোৱাৰ মাত্ৰ আধা ঘণ্টাৰ পিছত চেনিৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।
মানুহে খোৱাৰ লগে লগে বহি থাকে। খোজ নকঢ়াৰ বাবে কাৰ্যকলাপৰ অভাৱত চুগাৰ হ’ব পাৰে।
এইমছৰ ডায়েটিচিয়ান ডাঃ পৰমজিৎ সিঙে কয় যে, আহাৰ খোৱাৰ আধা ঘণ্টা আগতে আলমণ্ড খোৱাটো উপকাৰী।
খাদ্য খোৱাৰ আধা ঘণ্টা আগতে এটা আলমণ্ড খালে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।
চিকিৎসকে কয় যে আলমণ্ডত মনো-অনচেচুৰেটেড ফেটি এচিড থাকে, যিয়ে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ শৰীৰ সক্ৰিয় কৰি ৰখাটো অতি প্ৰয়োজনীয়। দৈনিক ব্যায়াম কৰক।
চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ আলু আৰু অতিৰিক্ত ময়দা আদি উচ্চ চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।
চাবলৈ ক্লিক কৰক