অনিদ্ৰাৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে।

19  OCT 2025

TV9 ASSAM

বহুতো লোকৰ নিশা নিয়মীয়াকৈ টোপনি নোযোৱাৰ সমস্যা হয়। 

সমস্যা

ফলত ৰক্তচাপ বৃদ্ধি কৰাৰ দৰে সমস্যা বৃদ্ধি হ’ব পাৰে।

সমস্যা

প্ৰতি নিশা টোপনি নহাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক।

যতন

টোপনি আৰু মানসিক স্বাস্থ্যৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। 

মানসিক

যেতিয়া শৰীৰে পৰ্যাপ্ত জিৰণি নাপায় তেতিয়া মগজুৰ কাৰ্যক্ষমতা প্ৰভাৱিত হয়।

মেজাজ

উৎপাদনশীলতা কমি যায় আৰু ভুল হোৱাৰ সম্ভাৱনা বাঢ়ে।

ভুল

ই হজম শক্তি লেহেমীয়া কৰে আৰু পেটৰ সমস্যা সৃষ্টি কৰে।

সমস্যা

লগতে পঢ়ক

মলাইকাক ভাল খবৰটো দিলে চলমানে