চৰ্চাত কণ্ঠশিল্পী গীতালি দেৱী।

24  Sept 2025

TV9 ASSAM

শ্যামকানু মহন্ত সন্দৰ্ভত বিস্ফোৰক অভিযোগ গীতালি দেৱীৰ।

অভিযোগ

শ্যামকানু মহন্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জুবিন অনুৰাগীৰ।

ক্ষোভ

আপোন শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত দুখিত, ক্ষোভিত জুবিন অনুৰাগী।

দুখ

এতিয়ালৈকে কিয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থই স্পষ্টিকৰণ দিব পৰা নাই?

গীতালিৰ প্ৰশ্ন

কণ্ঠশিল্পীগৰাকীয়ে কয়, শ্যামকানুৰ পৰা মই এনেও অনুষ্ঠান আশা নকৰো।

গীতালিৰ অভিযোগ

গীতালিয়ে কয় তেওঁৰ attitude টো মোৰ এনেও ভাল নালাগে।

গীতালিৰ অভিযোগ

শ্যামকানুৰ প্ৰগেম পাবলৈ বেলেগকৈ যাব লাগে তেওঁৰ ওচৰলৈ। 

অভিযোগ

লগতে পঢ়ক

জুবিন গাৰ্গৰ গানৰ Copyright সিদ্ধাৰ্থৰ নামত!