Protein Powder

শৰীৰত প্ৰ’টিন অভাৱৰ লক্ষণ

7 May 2025

TV9 ASSAM

Tv9-Assam-Logo

Credits: Getty Images

Meat Group

শৰীৰত প্ৰ’টিনৰ অভাৱৰ বাবে বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে। সাধাৰণতে শৰীৰত প্ৰ’টিনৰ অভাৱ তাৰ লক্ষণ দেখাবলৈ আৰম্ভ নকৰালৈকে ধৰা নপৰে।

গুৰুতৰ ৰোগ 

Powder Scattered With The Text Written In Spanish 'creatina'.

গতিকে যেতিয়া প্ৰ’টিনৰ অভাৱৰ লক্ষণে দেখা দিয়ে তেতিয়া শৰীৰত হোৱা প্ৰ’টিনৰ অভাৱ তৎক্ষণাত পূৰণ কৰিব লাগে।

অভাৱ পূৰণ

Young Woman Enjoying A Delicious Sesame Burger With Intense Flavor

খাদ্যৰ জৰিয়তেহে আমাৰ শৰীৰে প্ৰয়োজনীয় প্ৰ’টিন লাভ কৰে। দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে শৰীৰে প্ৰয়োজনীয় প্ৰ’টিন নাপায়।

খাদ্যাভ্যাস

শৰীৰত প্ৰ’টিনৰ অভাৱৰ প্ৰধান লক্ষণসমূহ হ’ল ফুলা, বৃদ্ধি স্তব্ধ হোৱা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল।

প্ৰধান লক্ষণ

ইয়াৰ উপৰিও হাড় দুৰ্বল হোৱা, চুলি সৰা, ছাল শুকান হোৱা আদিও ইয়াৰ প্ৰ’টিনৱ অভাৱৰ প্ৰাৰম্ভিক লক্ষণৰ ভিতৰত অন্তৰ্ভুক্ত।

প্ৰাৰম্ভিক লক্ষণ

পেশীৰ দুৰ্বলতা, ভাগৰুৱা, শক্তিৰ অভাৱ, নখ দুৰ্বল হোৱা আৰু ভাঙি যোৱা, শৰীৰৰ যিকোনো ঠাইত ফুলা আদিও প্ৰ’টিনৰ অভাৱৰ গুৰুতৰ লক্ষণ।

শক্তিৰ অভাৱ

যদি এনে লক্ষণ অনুভৱ কৰে তেন্তে প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰক। চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত প্ৰ’টিনৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।

প্ৰ’টিন সমৃদ্ধ খাদ্য

পঢ়িবলৈ ক্লিক কৰক

কম বয়সত ধনী হ'বলৈ অনুসৰণ কৰক এই নীতি