নিশাৰ আহাৰ খাব নালাগে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে

11 Oct 2025

TV9 ASSAM

ডায়েবেটিছ আজিৰ সময়ৰ অত্যন্ত এক চিন্তনীয় সমস্যা হৈ পৰিছে। এই ৰোগত আক্ৰান্তসকলে খাদ্যাভ্যাসৰ ক্ষেত্ৰত যথেষ্ট যত্ন লাগে।

ডায়েবেটিছ

ডায়েবেটিছ ৰোগীসকলে কিছুমান খাদ্যসামগ্ৰী খোৱাৰ ক্ষেত্ৰত লোভ সম্বৰণ কৰিব লাগে। লগতে খাদ্য খোৱাৰ সময়ৰ এক সঠিক ৰুটিনো মানি চলিব লাগে।

খাদ্যাভ্যাস

ডায়েবেটিছ ৰোগীয়ে নিশাৰ আহাৰ গ্ৰহণ কৰিব নালাগে বুলি এক ধাৰণা প্ৰচলিত হৈ থকা দেখিবলৈ পোৱা যায়। এই বিশেষজ্ঞৰ মতামত কি চাওক।

নিশাৰ আহাৰ

বিশেষজ্ঞৰ মতে ডায়েবেটিছ ৰোগীয়ে কেতিয়াও নিশাৰ আহাৰ নোখোৱাকৈ থাকিব নালাগে। অন্যথা বহু সমস্যাই গা কৰি উঠিব পাৰে।

বিশেষজ্ঞৰ মত

ডায়েবেটিছ আক্ৰান্ত ৰোগীয়ে নিশা আহাৰ নোখোৱাকৈ থাকিলে কিছু ক্ষেত্ৰত দেহত চেনিৰ মাত্ৰা বৃদ্ধি বা কিছু ক্ষেত্ৰত হ্ৰাস হ’ব পাৰে।

চেনিৰ মাত্ৰা

ইয়াৰ ফলত ভাগৰুৱা, দুৰ্বলতা, মূৰ ঘূৰোৱা  আদি সমস্যাই দেখা দিব পাৰে। লগতে খালী পেটত বাবে পাচনতন্ত্ৰৰ কাৰ্যক্ষমতাও বাধাগ্ৰস্ত হ’ব পাৰে।

এনে সমস্যা

অৱশ্যে নিশা গধূৰ আহাৰো গ্ৰহণ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে লঘু অথচ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। পৰাপক্ষত নিশা ৮ বজাৰ পূৰ্বে আহাৰ খাব লাগে।

এনে খাদ্য

পঢ়িবলৈ ক্লিক কৰক 

এইসমূহ মছলাই ছালখন কৰি তুলিব উজ্জল