ভগৱান শিৱৰ প্ৰিয় ৩ ৰাশি, শাওণত লাভ কৰিব কৃপা

4 July 2025

TV9 ASSAM

ভগৱান শিৱৰ প্ৰিয় মাহ শাওণ বুলি কোৱা হয়। এইবাৰ শাওণৰ যোগ ১১ জুলাইৰ পৰা আৰম্ভ হৈ ৯ আগষ্টলৈ চলিব। এই সময়চোৱাত ব'লব'ম উদযাপন কৰা হয়। প্ৰতি সোমবাৰে ভক্তই ব'লব'ম কৰে।

শাওণ মাহ

জ্যোতিষ শাস্ত্ৰ অনুসৰি, শাওণৰ মাহটোৱে বহুতৰে বাবে শুভ সংকেত কঢ়িয়াই আনে। এই মাহটোত শিৱক পূজা কৰিলে ভাল ফল পোৱা যায়। কোৱা হয়, শিৱৰ প্ৰিয় ৩ ৰাশিয়ে এই মাহত বহু লাভ হয়।

জ্যোতিষ শাস্ত্ৰ 

এইবছৰৰ শাওণৰ মাহত মেঘ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব। এই মাহটোত এই ৰাশিৰ লোকসকলে ধন লাভ কৰিব। ইয়াৰোপৰি ব্যৱসায়ীসকলৰ অধিক লাভ হ'ব। চাকৰি লাভৰ সম্ভাৱনা।

মেঘ ৰাশি

কৰ্কট ৰাশিৰ স্বামী চন্দ্ৰমা। চন্দ্ৰক ভগৱান শিৱে মূৰত ৰাখে। এই মাহটোত কৰ্কট ৰাশিৰ লোকসকলে শিৱৰ বিশেষ কৃপা লাভ কৰিব।  ধন লাভৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হ'ব। সোমবাৰে শিৱলিংগত বেলপাত অৰ্পন কৰিব পাৰে।

কৰ্কট ৰাশি

মকৰ ৰাশিৰ স্বামী শনি, আৰু তেওঁ শিৱৰ পৰম ভক্ত। এই মাহটোত শিৱৰ কৃপা লাভ কৰিব এই ৰাশিৰ লোকে। ইতিবাচক খবৰ লাভ কৰিব। চাকৰি পোৱাৰ সম্ভাৱনা আছে। ধন লাভৰ সম্ভাৱনা আছে।

মকৰ ৰাশি 

শাওণৰ মাহত শিৱলিংগত পঞ্চামৃতৰে অভিষেক কৰিব পাৰে। ইয়াৰোপৰি বেলপাত, ধতুৰা, গাখীৰ বা শিৱৰ প্ৰিয় বস্তুৰে পূজা কৰিব পাৰে। এনে কৰিলে সুফল লাভ কৰে বুলি কোৱা হয়।

কি কৰিব

এই মাহটোত ব্ৰত ৰখা ভাল বুলি কোৱা হয়। প্ৰতি সোমবাৰে ব্ৰত ৰাখিব পাৰে। ইয়াৰোপৰি মন্দিৰ দৰ্শন বা ঘৰতে শিৱৰ মন্ত্ৰ জপ কৰি পূজা কৰিব পাৰে। এনে কৰিলে শিৱ সন্তুষ্ট হয় বুলি কোৱা হয়।

কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া