TV9 ASSAM
হিন্দু পঞ্জিকা অনুসৰি, ১১ জুলাইৰ পৰা আৰম্ভ হৈছে শাওণ মাহ। অৱশ্যে অসমীয়া কেলেণ্ডাৰ অনুসৰি ১৮ জুলাইৰ পৰা শাওণৰ মাহ আৰম্ভ হ'ব। এই মাহটো শিৱৰ নামত অৰ্পিত। এই মাহত শিৱক পূজা কৰিলে ভাল ফল পোৱা যায় বুলি কয়।
হিন্দু পঞ্জিকা অনুসৰি, ১৪ জুলাই শাওণৰ প্ৰথমটো সোমবাৰ। এনে অৱস্থাত জুলাইৰ প্ৰথম সপ্তাহ ৫ ৰাশিৰ লোকৰ বাবে অত্যন্ত শুভ। এই সপ্তাহত এই ৰাশিৰ লোকে শিৱৰ বিশেষ কৃপা লাভ কৰিব।
এই ৰাশিৰ লোকে চাকৰি লাভ কৰিব। ধনৰ সমস্যা দূৰ হ'ব। হাতলৈ ধন আহিব। মানসিক চিন্তা দূৰ হব। জীৱনত কোনো ডাঙৰ পৰিবৰ্তন হ'ব পাৰে। আপোনাক ভাগ্যই ৮৫ শতাংশ লগ দিব।
ধন লাভ কৰিব। আৰ্থিক দিশ ভাল হ'ব। সৰু কিন্তু সুখকৰ যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰত কোনো ডাঙৰ আৰু ভাল পৰিবৰ্তন হ'ব পাৰে। ভাগ্যই ৯০ শতাংশ লগ দিব।
আৰ্থিক স্থিতি ভাল হ'ব। পৈত্ৰিক সম্পত্তিৰ পৰা লাভ হব। কোনো পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব পাৰে। সম্পৰ্ক ভাল হ'ব। আয়ৰ নতুন বাট মুকলি হ'ব পাৰে। ভাগ্যই ৮০ শতাংশ লগ দিব পাৰে।
ঘৰত কোনো শুভ কৰ্মৰ আয়োজন হ'ব পাৰে। গৃহ প্ৰৱেশ বা আন কোনো নতুন কামৰ আৰম্ভ হ'ব পাৰে। কেৰিয়াৰত ক্ষেত্ৰত চলি থকা সমস্যা ভাল হ'ব। ভাগ্য়ই ৭৫ শতাংশ লগ দিব।
কামৰ ক্ষেত্ৰত কোনো ডাঙৰ পৰিবৰ্তন হ'ব। ধনৰ ক্ষেত্ৰত থকা সমস্যা নোহোৱা হ'ব। মান-সন্মন বৃদ্ধি পাব। আনকৈ ধাৰলৈ দিয়া ধন ঘূৰাই পাব। ভাগ্যই আপোনাক ৯০ শতাংশ লগ দিব।
পঢ়িবলৈ ক্লিক কৰক