ভাগ্যবান হয় এই তাৰিখত জন্ম লাভ কৰা লোক

10 July 2025

TV9 ASSAM

নিউম'ৰ'ল'জীত প্ৰত্যোক জাতকৰ বাবে ১ ৰ পৰা ৯ লৈ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে। যাৰ মূলাংক বুলি কোৱা হয়। বিশেষজ্ঞৰ মতে, এই মূলাংকৰ আধাৰত কোনো ব্যক্তিৰ ভাগ্য-দুৰ্ভাগ্য জানিব পাৰি।

নিউম'ৰ'ল'জী

নিউম'ৰ'ল'জী অনুসৰি ব্যক্তিৰ ভৱিষ্যতৰ বিষয়েও ক'ব পাৰি। নিউম'ৰ'ল'জীৰ মতে, যিসকল লোকৰ মূলাংক ৪, তেনে লোকে অতি কম বয়সতে সফলতা লাভ কৰে।

মান্যতা

নিউম'ৰ'ল'জী অনুসৰি, যিকোনো মাহৰ ৪, ১৩, ২২ আৰু ৩১ তাৰিখত জন্ম লাভ কৰা লোকসকলৰ মূলাংক ৪ । গতিকে এই ৰাশিৰ লোকসকল অতি ভাগ্যশালী। ভাগ্যই তেওঁলোকক উন্নতিৰ পথ দেখুৱায়।

কি কি

নিউম'ৰ'ল'জীৰ মতে, যি সকল লোকৰ মূলাংক ৪ হয় তেওঁলোকৰ আৰ্থিক দিশ ভাল হয়। তেওঁলোকে ভালদৰে টকা-পইচাৰ লেনদেন কৰিব জানে আৰু আৰ্থিক উন্নতি হয়।

বিশেষ

মূলাংক ৪ ৰ লোকসকলে জ্ঞান, পৰিশ্ৰম আৰু সম্পূৰ্ণ পৰিকল্পনা ৰাখি কামত আগবাঢ়ে। যাৰ বাবে তেওঁলোকে যিকোনো ক্ষেত্ৰত সহজে সফলতা লাভ কৰিব পাৰে। সোনকালে তেওঁলোকে লক্ষ্য চুব পাৰে।

পৰিশ্ৰমী

যিসকল লোকৰ মূলাংক ৪, তেনে লোকসকলৰ নেতৃত্ব দিয়াৰ গুণ আছে। অন্য লোকসকলতকৈ তেওঁলোক বিশেষ হয়। যিকোনো কামতেই হাত নিদিয়ক কিয় তেওঁলোকে সহজে মিলি যাব পাৰে।

নেতৃত্ব

কোৱা হয়, যিসকল লোকৰ মূলাংক ৪ হয়, তেওঁলোক সাধাৰণতে ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, ডিজাইনাৰ, উকিল আদি পেচাগত কামত বেছি ভাল প্ৰদৰ্শন কৰে।

পেচা

পঢ়িবলৈ ক্লিক কৰক 

প্ৰেমানন্দ মহাৰাজ