শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ!

4 July 2025

TV9 ASSAM

 সনাতন ধৰ্মত শাওণ মাহৰ গুৰুত্ব অধিক। কোৱা হয়, এই মাহটোত শিৱৰ প্ৰিয়। গতিকে এই মাহত শিৱৰ পূজা কৰিলে বহু সুফল লাভ কৰা যায়। বৈদিক পঞ্জিকা অনুসৰি, চলিত বৰ্ষৰ শাওণ মাহৰ যোগ ১১ জুলাইৰ পৰা আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব ৯ আগষ্টত।

শাওণ মাহ

মান্যতা অনুসৰি, শাওণৰ সোমবাৰৰ বিশেষ মহত্ব আছে। এই বছৰৰ প্ৰথম সোমবাৰত কেইবাটাও দুৰ্লভ সংযোগ হব। এই সময়ত মহাদেৱৰ পূজা কৰিলে ব্যক্তিৰ সুখ-সমৃদ্ধি হয়।

মান্যতা

শাওণৰ প্ৰথম সোমবাৰ ১৪ জুলাইত, দ্বিতীয়টো সোমবাৰ ২১ জুলাই, তৃতীয়টো সোমবাৰ ২৮ জুলাই আৰু চতুৰ্থ তথা শেষৰটো সোমবাৰ ৪ আগষ্ট। এই সোমবাৰে বহু মানুহে ব্ৰত ৰাখি শিৱৰ পূজা কৰে।

সোমবাৰ

শাওণৰ প্ৰথম সোমবাৰ ১৪ জুলাইত, দ্বিতীয়টো সোমবাৰ ২১ জুলাই, তৃতীয়টো সোমবাৰ ২৮ জুলাই আৰু চতুৰ্থ তথা শেষৰটো সোমবাৰ ৪ আগষ্ট। এই সোমবাৰে বহু মানুহে ব্ৰত ৰাখি শিৱৰ পূজা কৰে।

শুভ সময়

এই দিনটোত শিৱবাসৰ যোগ আছে। এই সংযোগ সমগ্ৰ নিশা থাকিব। মান্যতা অনুসৰি এই সময়ত নীতি-নিয়ম অনুসৰি শিৱৰ পূজা কৰিলে ভক্তই দুগুণ ফল লাভ কৰে।

সংযোগ

ইয়াৰোপৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰত এইবাৰ সংকল্প চতুৰ্থী হ'ব। এই চতুৰ্থীয়ে এই দিনটোত অতি বিশেষ কৰি তোলে। গতিকে এই দিনটোত ব্ৰত ৰাখি শিৱক পূজা কৰিব পাৰে।

বিশেষ

প্ৰথম সোমবাৰৰ পুৱা উঠি গা ধুই ব্ৰত ৰাখক। পাছত শিৱক জলাভিষেক কৰক। শিৱৰ প্ৰিয় বেলপাতৰ লগতে অন্যান্য সামগ্ৰী অৰ্পন কৰিব পাৰে। এই সময়ত 'ঔমঃ চাম্বা সদায় শিৱায় নমঃ' মন্ত্ৰ জপ কৰিব।

কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

শাওণ মাহত ৩ ৰাশিৰ ওপৰত পৰিব শিৱৰ কৃপা