লালুৰ দুৰ্গ ৰক্ষাৰ যুঁজত ৰোহিনী আচাৰ্য

11 April 2024

 TV9 HINDI

সাৰণ লোকসভাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লালুৰ কন্যাই

ৰাজনীতিত লালুৰ কন্যা

১৯৭৭, ১৯৮৯, ২০০৪ আৰু ২০০৯ চনত সাৰণ লোকসভাৰ সমষ্টিৰ পৰা সংসাদ হৈছিল লালু  প্ৰসাদ যাদৱ

চাৰিবাৰৰ সাংসদ লালু

সেই সময়ত এই আসনখন বিহাৰৰ লালু প্ৰসাদ যাদৱৰ দুৰ্গ হিচাপে পৰিচিত হয়

লালু প্ৰসাদ যাদৱৰ দুৰ্গ

 ডেৰ বছৰ পূৰ্বে ৰোহিনী আচাৰ্যই নিজৰ এটা বৃক্ক পিতৃ লালু প্ৰসাদ যাদৱক দান কৰিছিল

পিতৃক বৃক্ক দান 

 ৰোহিনী আচাৰ্যৰ বাবে মূল প্ৰত্যাহ্বান হৈছে পিতৃ অস্থিত্ব ৰক্ষা কৰা

পিতৃ অস্থিত্ব ৰক্ষা

 বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰোহিনীয়ে

ৰাজীৱ প্ৰতাপ ৰুডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা

পঢ়িবলৈ ক্লিক কৰক

কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত ?