এনে কামেৰে সকলোৰে হৃদয় জিনিছে ৰিয়ানে

07 Oct 2025

TV9 ASSAM

সম্প্ৰতি ছিনিয়ৰ ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত আছে ৰিয়ান পৰাগ। অৱশ্যে তাৰ পিছতো তেওঁ আছে চৰ্চাত।

ৰিয়ান

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দলত স্থান লাভ নকৰিলেও ৰিয়ানে ইণ্ডিয়া এৰ সৈতে অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত অংশ লৈছিল।

ইণ্ডিয়া এ

এই শৃংখলাত ৰিয়ানে তিনিখন মেচত ক্ৰমাগত ৩টা অৰ্ধশতকেৰে মুঠ ১৮৭ ৰান সংগ্ৰহ কৰি শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

প্ৰদৰ্শন

পিছে খেলৰ সমান্তৰালকৈ এতিয়া নিজৰ আচৰণৰ বাবেও অনুৰাগীৰ হৃদয় জিনিছে ৰিয়ানে। তেওঁ দাঙি ধৰিছে জীৱ প্ৰেমৰ নিদৰ্শন।

চৰ্চাত ৰিয়ান

কুকুৰৰ বাবে আৰামদায়ক বিচনা নিৰ্মাণৰ বাবে ৰিয়ানে নিজৰ জাৰ্চিৰ লগতে আন কাপোৰো দান কৰিছে।

কৰিলে এই কাম

আঘাতপ্ৰাপ্ত আৰু উদ্ধাৰ কৰা কুকুৰৰ যত্ন লোৱা NGO ক নিজৰ কাপোৰ দান কৰিছে ৰিয়ানে। এই কামৰ বাবে তেওঁ এতিয়া উচ্চ প্ৰশংসিত হৈছে।

প্ৰশংসা

পঢ়িবলৈ ক্লিক কৰক 

বেটেৰে বিচিচিআইক উপেক্ষাৰ উত্তৰ ৰিয়ানৰ