নিতে কেঁচা পিঁয়াজ খালে আপোনাৰ দেহে লাভ কৰে এনে উপকাৰিতা

5 Sept 2025

TV9 ASSAM

পিঁয়াজ আমাৰ সকলো লোকৰে ঘৰত থকা এবিধ খাদ্য সামগ্ৰী। ভিন্ন প্ৰকাৰে আমি খাদ্যত পিঁয়াজৰ ব্যৱহাৰ কৰোঁ।

পিঁয়াজ

পিঁয়াজত দেহ উপকাৰী বহু গুণ থাকে। বিশেষকৈ কেঁচা পিঁয়াজ খালে আমাৰ দেহে বহু উপকাৰিতা লাভ কৰে।

উপকাৰিতা

ভিটামিন চি, বি ৬, পটাছিয়াম, ফলেটৰ দৰে উপাদানেৰে সমৃদ্ধ কেঁচা পিঁয়াজে সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে। হিট ষ্ট্ৰ’কৰ পৰাও ৰক্ষা কৰে পিঁয়াজে।

সামগ্ৰিক স্বাস্থ্য

কেঁচা পিঁয়াজে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। লগতে কেঁচা পিঁয়াজে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায়ক হয়। এইদৰে বহু ঋতুভিত্তিক ৰোগৰ পৰা ৰখা পাব পাৰি।

ৰোগ প্ৰতিৰোধ ক্ষমতা

কেঁচা পিঁয়াজত কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে বুলি বহু গৱেষণাই দাবী কৰিছে। সেয়ে নিতে খাদ্যত কেঁচা পিঁয়াজ অন্তৰ্ভুক্ত কৰিলে স্বাভাৱিকতেই সকাহ পাব।

কৰ্কট ৰোগ

পঢ়িবলৈ ক্লিক কৰক 

পানী খাওঁতে এনে ভুল কৰিলে হ'ব পাৰে সমস্যা