5 AUG 2025
TV9 ASSAM
ভাই-ভগ্নীৰ পবিত্ৰ প্ৰেমৰ প্ৰতীক ৰাখীবন্ধন। হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ মহত্ব আছে। এই দিনটোত ভগ্নীয় ভাতৃক ৰাখী পিন্ধাই আৰু ভাতৃয়ে গোটেই জীৱন ভগ্নীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
চলিত বৰ্ষত ৯ আগষ্টত ৰাখীবন্ধন পালন কৰা হ'ব। প্ৰতিবছৰে শাওন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত এই ৰাখী বন্ধন পালন কৰা হয়।
এই বছৰৰ ৰাখীবন্ধনৰ বিশেষ মহত্ব আছে। কোৱা হৈছে, ১০০ বছৰ পাছত এইবাৰ ৰাখীবন্ধনত পঞ্চক আৰু ভাদৰ ছাঁ নাথাকিব। যি ভাল বুলি মনা হয়।
ইয়াৰোপৰি সূৰ্য শনিৰ পৰা নৱপঞ্চম যোগ নিৰ্মাণ হ'ব। মংগল শনিৰ পৰা চমসপ্তক যোগ আৰু মংগল-ৰাহুৰ লগত ষডাষ্টক যোগ নিৰ্মাণ হ'ব। যাৰ প্ৰভাৱ ৩ ৰাশিৰ ওপৰত পৰিব।
এই সময়চোৱাত ধনু ৰাশিৰ লোকসকলৰ সম্পত্তি লাভৰ যোগ আছে। জীৱনশৈলী ভাল থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক লাভ হব। সময় ভালে থাকিব আৰু কামত সফলতা লাভ কৰিব পাৰে।
এই ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে। স্বাস্থ্য ভালে থাকিব। কোনো দিশত বহুত লাভ হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত বিভিন্ন দিশত সফলতা লাভ কৰিব।
এই ৰাশিৰ লোকসকলৰ দিন ভাল যাব। বৈবাহিক জীৱনত সুখ-শান্তি আহিব। চাকৰিত মনে বিচৰা পদ লাভ কৰিব। নতুন বন্ধু লাভ কৰিব। আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে।
পঢ়িবলৈ ক্লিক কৰক