TV9 ASSAM
জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাহু-কেতুৰ নক্ষত্ৰ পৰিবৰ্তন বহু বিশেষ। কোৱা হয়, ৰাহু-কেতুই সদায় ওলোটা কাম কৰে। ২০ জুলাইত কেতু পূৰ্বাফাল্গুণী নক্ষত্ৰত আহিব আৰু সংযোগ ক্ৰমে ৰাহু আঝি পূৰ্বাভাদ্ৰপদ নক্ষত্ৰত আহিব।
জ্যোতিষীসকলৰ মতে, যেতিয়া ৰাহু-কেতুই নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া তাৰ পৰিমাণ শুভ বা অশুভ দুয়োটা হ'ব পাৰে। গতিকে ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিত বিভিন্ন ধৰণে পৰিব পাৰে।
ৰাহু-কেতুৰ প্ৰভাৱৰ ফলত কিছুমান ৰাশি সাৱধান হৈ থকা ভাল। কিয়নো অহা ৫০ দিনলৈ তেওঁলোকৰ জীৱনলৈ সমস্যা আহিব পাৰে। এই ক্ষেত্ৰত সেই ৰাশিসমূহৰ বিষয়ে উল্লেখ কৰা হ'ল।
ৰাহু-কেতুৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত মিথুন ৰাশিৰ লোকসকলৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ত কোনো সমস্যা আহিব পাৰে। ইয়াৰোপৰি মানসিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক সমস্যা আহিব পাৰে।
সিংহ ৰাশিৰ লোকসকলৰ পৈত্ৰিক সম্পত্তিৰ লোকচান হ'ব পাৰে। স্বাস্থ্যৰ গুৰুত্ব লোৱা অধিক প্ৰয়োজন। খৰচ অত্যাধিক হোৱাৰ সম্ভাৱনা আছে। মান-সন্মান হানি হ'ব পাৰে।
এই ৰাশিৰ লোকসকলে অহংকাৰ মনোভাৱ ত্যাগ কৰা উচিত। স্বাস্থ্যজনিত সমস্যাত ধন খৰচ হব। দাম্পত্য জীৱনত সমস্যা আহিব। বিবাদ হোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাৰ পৰা সাৱধান।
এই লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ভিত্তিত দিয়া হৈছে। ইয়াৰ সত্যাসত্যৰ লগত TV9 অসমৰ কোনো সম্পৰ্ক নাই।
পঢ়িবলৈ ক্লিক কৰক