অহা ১৬মাহলৈ ৰাহুৰ ভাল প্ৰভাৱ পৰিব এই ৰাশিৰ ওপৰত

2 Sept 2025

TV9 ASSAM

১৮ মে'ত ৰাহু কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল। কিন্তু ৰাহুই ওলোটাকৈ যায়। কিন্তু আগন্তুক ১৬ মাহৰ বাবে ৰাহুই ৪ ৰাশিৰ জীৱনলৈ শুভ ফল কঢ়িয়াই আনিব পাৰে।

ৰাহু

৩ ছেপ্টেম্বৰত ৰাহু ২৪ ডিগ্ৰীত আহি যাব। যাৰ ফলত ৰাহু জাগ্ৰত হ'ব। ইয়াৰ প্ৰভাৱ পৰিব ৪ ৰাশিৰ ওপৰত। এই সময়চোৱাত এই ৰাশিৰ লোকৰ সফলতা, সুখ-সমৃদ্ধি হ'ব পাৰে।

৩ ছেপ্টেম্বৰ

জ্যোতিষ শাস্ত্ৰ অনুসৰি, ১৮ বছৰত এবাৰ ৰাহু কুম্ভ ৰাশিত আহে। যি শুভ বুলি কয়। মান্যতা অনুসৰি, ইয়াৰ প্ৰভাৱ ৪ ৰাশিৰ ওপৰত পৰিব।

১৮ বছৰ পাছত

এই ৰাশিৰ লোকৰ বাবে আহিবলগীয়া ১৬ মাহ শুভ বুলি গণ্য কৰা হৈছে। ৰাহুৰ ভাল প্ৰভাৱ কৰিব। চাকৰি, ব্যৱসায় আদি সকলোতে সফলতা আহিব পাৰে। সমস্যা দূৰ হ'ব পাৰে।

মীন ৰাশি

এই ৰাশিৰ বাবেও ৰাহুই শুভ ফল কঢ়িয়াই আনিব। জীৱনৰ পৰা সমস্যা দূৰ হব পাৰে। ধনৰ সমস্যা নাইকীয়া হ'ব পাৰে। সম্পৰ্ক আদিতো সফল হ'ব পাৰে।

মকৰ ৰাশি

 কন্যা ৰাশিৰ ওপৰতো ভাল প্ৰভাৱ পেলাব ৰাহুই। স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে কেৰিয়াৰ আদিতো উন্নতি হ'ব পাৰে। জীৱনলৈ সফলতা অহাৰ বাট মুকলি হ'ব পাৰে।

কন্যা ৰাশি

সকলোতকৈ ভাল প্ৰভাৱ পৰিব বৃষ ৰাশিৰ ওপৰত। এই ৰাশিৰ লোকে চাকৰি-ব্যৱসায় আদিত ভাল খবৰ পাব পাৰে। সফলতাই লগ দিব। আগন্তুক ১৬ মাহলৈ হ'ব শুভ।

বৃষ ৰাশি

পঢ়িবলৈ ক্লিক কৰক 

চন্দ্ৰগ্ৰহণ বেয়া এইসকলৰ বাবে