অকাল মৃত্যুৰ পৰা হাত সৰাৰ উপায় কি?

3 OCT 2025

TV9 ASSAM

বৃন্দাবনৰ বাবা প্ৰেমানন্দ মহাৰাজে নিজৰ বিচাৰ আৰু বচনৰ দ্বাৰা মানুহক পথ প্ৰদৰ্শন কৰে। মহাৰাজৰ ওচৰত প্ৰতিদিনে বহু লোক নিজৰ সমস্যাৰ সমাধান বিচাৰি যায়।

প্ৰেমানন্দ মহাৰাজ

এই সময়চোৱাত মহাৰাজক ভক্তই বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন কৰে। এবাৰ এজন ভক্তই প্ৰশ্ন কৰে যে, অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?

ভক্ত

এই প্ৰশ্নৰ উত্তৰত প্ৰেমানন্দ মহাৰাজে গুৰুত্বপূৰ্ণ কথা কয়। তেওঁ ভক্তক এনে এক উপায় দিয়ে যাৰ দ্বাৰা অকাল মৃত্যুৰ পৰা হাত সৰাৰ লগতে জীৱন সুখময় হয়।

মহাৰাজ

ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত 'ওম কৃষ্ণায় বাসুদেৱায়, হৰয়ে পৰমাত্মনে। প্ৰণতঃ ক্লেশানাশায় গোবিন্দায় নমো নমঃ' জপ কৰিব লাগে। এনে কৰিলে ব্যক্তিৰ দুৰ্ঘটনাৰ সম্ভাৱনা কম হয়।

কি কৰিব

প্ৰেমানন্দ মহাৰাজে কয় যে, ইয়াৰ লগতে দিনত ক'মেও ২০-৩০ মিনিট ভগৱানৰ ওচৰত বহি নাম-কীৰ্তন বা জপ কৰিব পাৰে। এনে কৰিলে মন শান্ত থাকিব আৰু জীৱনৰ সমস্যা দূৰ হ'ব।

কি কৰিব

ইয়াৰোপৰি মন্দিৰ বা পবিত্ৰ স্থানলৈ গৈ আপুনি ভগৱানৰ নাম জপ কৰিব পাৰে। ইয়াৰ ফলত জীৱনলৈ ইতিবাচক শক্তিৰ আগমন হয় আৰু জীৱন সুখময় হয়।

আৰু ক'লে

প্ৰেমানন্দ মহাৰাজে কয় যে, যেতিয়াই আপুনি কিবা সমস্যাত থাকে তেন্তে ৰাধা ৰাধা জপ কৰিব পাৰে। এনে কৰিলে আপোনাৰ মন পাতল আৰু শান্তি অনুভৱ হ'ব।

ৰাধা ৰাধা

পঢ়িবলৈ ক্লিক কৰক 

মা লক্ষ্মী অসন্তুষ্টৰ কাৰণ