পাপী লোকৰ মৃত্যু ভোজ খোৱা ভাল নে বেয়া?

27 Nov 2025

TV9 ASSAM

জন্ম হ'লে মৃত্যু হ'বই। মৃত্যুৰ পাছত সেই লোকজনৰ আত্মীয়ই আত্মাৰ সদগতিৰ বাবে বিভিন্ন নীতি-নিয়ম পালন কৰে। ইয়াৰ পাছতেই ওচৰ-চুবুৰীয়াক মাতি ভোজৰ আয়োজন কৰা হয়।

মৃতকৰ ভোজ

বিশেষকৈ হিন্দু ধৰ্মত ভোজৰ নিয়ম আছে। কিন্তু বহুতে এই ভোজ খাব নিবিচাৰে। প্ৰশ্ন হয়, আচলতে মৃতকৰ ভোজ খোৱা ভাল নে বেয়া। এই সন্দৰ্ভত সবিশেষ জনাইছে প্ৰেমানন্দ মহাৰাজে।

ভোজ

ভক্তই এই সন্দৰ্ভত প্ৰশ্ন কৰাত প্ৰেমানন্দ মহাৰাজে কয় যে, মৃতকৰ ভোজ খোৱা অপৰাধ নহয়। এয়া পাপ নহয়। এনে নহয় যে ভোজ খোৱাৰ ফলত আপোনাৰ পুণ্য নষ্ট হৈ যাব।

প্ৰেমানন্দ মহাৰাজ

যদি আপুনি মৃতকৰ ভোজ খাবলৈ যায় তেন্তে সেই সময়ক সেই মৃতকৰ নাম জপ কৰিব। এনে কৰিলে ভাল। নাম জপ কৰি ভোজন কৰিব পাৰে। এনে কৰিলে পুণ্য দুগুণ হয়।

কি কৰিব

মহাৰাজে লগতে কয় যে, কোনো ব্যক্তিৰ মৃত্যুৰ পাছত ভোজ খোৱা অপৰাধন নহয়। কিন্তু যদি জীৱ-জন্তুৰ মাংস খাই বা কাৰোবাৰ কিবা অংশ চুৰি কৰে সেয়া পাপ।

আৰু কি কয়

মহাৰাজে কয়, যেতিয়া কোনো ব্যক্তিৰ মৃত্যুৰ অন্তত ভোজৰ আয়োজন কৰা হয় তেতিয়া যাব পাৰে। ইয়াৰ ফলত পুণ্য হয়। এনে কৰিলে মানুহৰ জীৱনত মংগল হয়।

আৰু কি কয়

মহাৰাজে কয় যে, কিন্তু যদি আপুনি বেয়া বা কোনো পাপী লোকৰ মৃত্যুৰ পাছত ভোজ খাই তেন্তে বেয়া প্ৰভাৱ পৰিব পাৰে। এনে ভোজলৈ যাব নালাগে। যদি যাবলগীয়াত পৰে তেন্তে ভোজ খোৱাৰ সময়ত সেই মানুহজনৰ নাম জপ কৰিব লাগে।

পাপী লোক

পঢ়িবলৈ ক্লিক কৰক 

প্ৰস্ৰাৱত ফেন