দৈনিক ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ

January 5, 2026

TV9 ASSAM

৫ বছৰৰ পাছত লাখপতি হ'ব বিচাৰে নেকি? এই ডাকঘৰৰ আঁচনি কেৱল আপোনাৰ বাবে। সামান্য পৰিমাণৰ ধন বিনিয়োগ কৰি উপাৰ্জন কৰক লাখ টকা।

লাখপতি হ'ব

এয়া হৈছে  ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি। এইখন আঁচনি নিৰাপদ চৰকাৰী বিনিয়োগ আঁচনি।

ডাকঘৰ আঁচনি

বৰ্তমান এই আঁচনিৰ সুতৰ হাৰ ৬.৭ শতাংশ। এই আঁচনিৰ সুত প্ৰতিমাহে বৃদ্ধি পায়।

সুতৰ হাৰ

এই আঁচনিখনত প্ৰতিদিনে ৩৩৩ টকা বিনিয়োগ কৰিলে ৫ বছৰত মুঠ ৬ লাখ টকা জমা হ'ব। ইয়াৰ বিপৰীতে ১.১৩ লাখ টকা সুত লাভ কৰিব।

৫ বছৰ

এই আঁচনিখনত ৫ বছৰ বৃদ্ধি কৰি ১০ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ জমা হ'ব ১২ লাখ টকা। সুত হিচাপে লাভ কৰিব ৫.০৮ লাখ টকা আৰু মুঠ ৰিটাৰ্ণ লাভ কৰিব ১৭.০৮ লাখ টকা।

১০ বছৰ

ভাৰতীয় নাগৰিকে মাহে মাত্ৰ ১০০ টকাত একাউণ্ট খুলিব পাৰিব। যৌথ একাউণ্ট বা শিশুৰ নামত খুলিব পাৰে। এবছৰৰ পিছত ঋণৰ সুবিধাও পাব।

১০০ টকাত একাউণ্ট

যিসকলে বজাৰৰ ৰিস্ক নোলোৱাকৈ ফিক্সড ৰিটাৰ্ণ বিচাৰে তেওঁলোকে এই আঁচনি সুবিধা ল'ব পাৰে। বিনিয়োগকাৰীৰ মৃত্যু হ'লে ইয়াৰ ধন নমিনীয়ে লাভ কৰিব।

ফিক্সড ৰিটাৰ্ণ 

পঢ়িবলৈ ক্লিক কৰক

এই ডাকঘৰৰ আঁচনিখন লাভজনক হিচাপে পৰিগণিত হৈছে