কেতিয়াও ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই বস্তু!

17 Sept 2025

TV9 ASSAM

বৰ্তমান পিতৃ পক্ষ চলি আছে। ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পিতৃ পক্ষ ২১ ছেপ্টেম্বৰলৈ চলিব। কোৱা হয় এই সময়চোৱাত পূৰ্বপুৰুষ পৃথিৱীলৈ আহে আৰু নিজৰ প্ৰজন্মক আশীৰ্বাদ দিয়ে।

পিতৃপক্ষ

এই সময়ত বহুতে শ্ৰাদ্ধ কৰে। পূৰ্বপুৰুষৰ শান্তিৰ বাবে লগতে পৰিয়ালৰ সুখ-সমৃদ্ধিৰ বাবে শ্ৰাদ্ধ, পিণ্ডদান, দান আদি কৰে।

কি কৰে 

কিন্তু জ্যোতিষ শাস্ত্ৰত এনে কিছুমান কথা উল্লেখ কৰা আছে যি মানি নচলিলে পিতৃ দোষ লাগিব পাৰে। এই দোষ লাগিলে পৰিয়ালত অশান্তি, বিভিন্ন সমস্যা আহিব পাৰে।

পিতৃ দোষ

মান্যতা অনুসৰি পূৰ্বপুৰুষে এৰি যোৱা কিছুমান বস্তু ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত বংশত বিভিন্ন সমস্যা আহিব পাৰে। এই বস্তুবোৰ কি কি উল্লেখ কৰা হ'ল।

মান্যতা

মৃত মানুহৰ কাপোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। মান্যতা অনুসৰি এনে কৰিলে ব্যক্তিৰ লগতে পৰিয়ালত নকৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে।

কাপোৰ

কোৱা হয়, মৃত মানুহে এৰি যোৱা জোতা কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলেও সমস্যা অহাৰ সম্ভাৱনা আছে। বছৰ বছৰ ধৰি এই মান্যতা তথা বিশ্বাস চলি আহিছে।

জোতা

মান্যতা অনুসৰি, মৃত মানুহৰ ঘড়ী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে বিভিন্ন সমস্যা আহিব পাৰে। তেনে ক্ষেত্ৰত এই ঘড়ী ঘৰত সজাই ৰখাটোৱে ভাল।

ঘড়ী

পঢ়িবলৈ ক্লিক কৰক 

ডুবাইত দৰমহা