মাহেকীয়া অতি স্বাভাৱিক আৰু নিয়মীয়া প্ৰক্ৰিয়া।

5 Sept 2025

TV9 ASSAM

মাহেকীয়াৰ প্ৰথম কেইদিনমানত ৰক্তস্ৰাৱ উজ্জ্বল ৰঙা ৰঙৰ হয়।

মাহেকীয়া

এইটো সম্পূৰ্ণ স্বাভাৱিক, কিন্তু কেতিয়াবা তেজৰ ৰং আৰু গোন্ধে বিপদত পেলাব পাৰে।

সমস্যা

যদি স্ৰাৱ কমলা বা অস্বাভাৱিকভাৱে উজ্জ্বল ৰঙৰ হয় আৰু ইয়াৰ দুৰ্গন্ধ থাকে।

সংক্ৰমণৰ বাবে

বাৰে বাৰে অস্বাভাৱিকভাৱে পাতল হয়, তেন্তে ই হৰম’নৰ ভাৰসাম্যহীনতাৰ ইংগিত।

হ'ৰমণৰ সমস্যা

 সাধাৰণতে বেক্টেৰিয়াজনিত যোনি ৰোগৰ সংক্ৰমণৰ লক্ষণ।

সাৱধান

দুৰ্গন্ধ, জ্বলা-পোৰা বা খজুৱতি হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব।

মনত ৰাখক

লগতে পঢ়ক

গুৱাহাটীলৈ আহিব শ্ৰেয়া ঘোষাল