আচৰিত হ’লেও সঁচা, এইখন দেশত গছক গালি পাৰে মানুহে!

9 December, 2024

TV9 ASSAM

ভাৰতত গছক দেৱতা হিচাপে গণ্য কৰি গছৰ পূজা কৰা হয়। পৰম্পৰা অনুসৰি আমাৰ দেশত এইদৰে গছক মান্যতা প্ৰদান কৰি অহা হৈছে।

গছ পূজা

কিন্তু আপুনি জানেনে যে পৃথিৱীত এনেকুৱা এখন দেশ আছে, যিখন দেশত মানুহে গছক ভাল পায় কিন্তু গালি-গালাজো কৰে।

অনন্য দেশ

জাপানত গছক এইদৰে দুৰ্ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে। কিন্তু জাপানী মানুহে সমানে গছ-গছনি আৰু প্ৰকৃতিক ভাল পায় আৰু যত্নও লয়।

গছক গালি-গালাজ

দৰাচলতে জাপানৰ মানুহে গছ কাটিব লগা হ’লে প্ৰথমে সেই গছজোপা শুকাবলৈ অপেক্ষা কৰে আৰু তাৰ পিছতহে গছজোপা কাটে।

আঁৰৰ কাৰণ

জাপানী মানুহৰ মতে গালি-গালাজ আৰু বেয়া কথাই নেতিবাচক শক্তিৰ সৃষ্টি কৰে আৰু গছবোৰ শুকাই যায়।

নেতিবাচক শক্তি

সেয়ে জাপানী লোকসকলে গছজোপাক চাৰিওফালৰ পৰা ঘেৰি ধৰি গালি-গালাজ কৰি খং প্ৰকাশ কৰে।

সেয়ে খং প্ৰকাশ

অৱশ্যে ইয়াৰ অৰ্থ এনে নহয় যে, জাপানী লোকে গছ ভাল নাপায়। জাপানত গছৰ প্ৰতি মানুহৰ যথেষ্ট প্ৰেম আছে আৰু গছৰ ভালদৰে যত্ন লয়।

গছ প্ৰেম

পঢ়িবলৈ ক্লিক কৰক 

ভগৱান শিৱৰ প্ৰিয় এই ৰাশিৰ লোক, জানক সবিশেষ